ETV Bharat / business

প্ৰকাশন গোষ্ঠীৰ অতিৰিক্ত কৰ উঠাই ল'বলৈ চৰকাৰক আহ্বান

author img

By

Published : Jul 9, 2019, 9:09 PM IST

ভাৰতবৰ্ষত বাতৰি কাকত প্ৰকাশক সংস্থা সমূহে লোকচানৰ সন্মুখীন হৈ আহিছে ৷ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশন গোষ্ঠীক মাধমাৰ শোধাই জাপি দিছে অতিৰিক্ত 10 শতাংশ শুল্ক ৷ এই অতিৰিক্ত কৰ উঠাই ল'বলৈ চৰকাৰক আহ্বান INS ৰ ৷

প্ৰকাশন গোষ্ঠীৰ অতিৰিক্ত কৰ উঠাই ল'বলৈ চৰকাৰক আহ্বান

নিউজ ডেস্ক, 9 জুলাইঃ ভাৰতীয় বাতৰি কাকত সন্থাই কেন্দ্ৰীয় চৰকাৰে জাপি দিয়া অতিৰিক্ত 10 শতাংশ অতিৰিক্ত শুল্ক উঠাই ল'বলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে ৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাতৰি কাকত প্ৰকাশন আৰু ইয়াৰ বাবে ব্যৱহৃত হোৱা এল ডব্লিউ চি (light weight coated, LWC) আৰু প্ৰিণ্টিং কাগজৰ ওপৰত 10 শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰিছিল ৷

ভাৰত বৰ্ষত বাতৰি কাকত প্ৰকাশক সংস্থা সমূহে লোকচানৰ সন্মুখীন হৈ আহিছে ৷ বিজ্ঞাপনৰ লাভাংশ ন্যূনতম হোৱাৰ লগতে অতিৰিক্ত প্ৰকাশন খৰচ, বৃহৎ প্ৰযুক্তিখণ্ডৰ পৰা পোৱা ডিজিটেল প্ৰত্যাহ্বান আদি কাৰকৰ পৰাই বাতৰি কাকত প্ৰকাশনত ইতিমধ্যেই বিত্তীয় সমস্যাৰ সন্মুখীন হৈ আহিবাছে প্ৰকাশক সংস্থা সমূহ ৷ ক্ষুদ্ৰ আৰু মধ্যমীয়া বাতৰি কাকত সমূহত ইয়াৰ প্ৰভাৱ ইতিমধ্যেই পৰিলক্ষিত হৈছে আৰু বহু বাতৰি কাকত বন্ধ হৈ পৰিছে ৷ ভাৰতত প্ৰতি বছৰে 2.50 মিলিয়ন টন বাতৰি কাকতৰ প্ৰয়োজন হয় যদিও ঘৰুৱা উদ্যোগটোৱে মাত্ৰ 1 মিলিয়ন টনহে প্ৰকাশ কৰাবলৈ সক্ষম ৷ সেই ফালৰ পৰা অতিৰিক্তকৈ জাপি দিয়া 10 শতাংশ শুল্কই উদ্যোগটোক আৰু অধিক লোকচানৰ দিশলৈ ঠেলি দিব ৷

সেয়েহে কেন্দ্ৰীয় চৰকাৰে অতিৰিক্তভাৱে জাপি দিয়া 10 শতাংশ শুল্ক উঠাই ল'বলৈ আহ্বান জনাইছে সংস্থাটোৱে ৷

ZCZC
PRI ECO GEN NAT
.NEWDELHI DEL66
INS-CUSTOMS DUTY
INS urges govt to withdraw 10 pc customs duty on newsprint
         New Delhi, Jul 8 (PTI) The Indian Newspaper Society Monday urged the government to withdraw 10 per cent customs duty imposed on newsprint, uncoated paper used for printing newspapers and light weight coated papers used for magazines.         
          Publishers of newspapers and magazines are already reeling under severe financial pressure due to many factors like lower advertisement revenues, higher costs and digital onslaught from technological giants, the INS said in a statement.
         Small and medium newspapers will go into deeper losses and many of them will be forced to close down, it said.
         Finance Minister Nirmala Sitharaman announced in her Budget speech that customs duty of 10 per cent will be levied on imported newsprint, uncoated and lightly coated paper.
         The total consumption of newsprint in India is estimated at 2.50 million tonnes per annum and the capacity of the domestic industry is only 1.0 million tonnes.
         There are no domestic manufacturers of uncoated (glazed) and light weight coated (LWC) paper, the INS said.
         "So, the INS calls for urgent intervention of the government to save Indian newspaper industry by scrapping the unbearable burden imposed on it," the statement said. PTI ASK ASK
TIR
TIR
07082110
NNNN
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.