ETV Bharat / business

ভাৰতত সোণৰ চাহিদা 32 শতাংশ হ্ৰাস

চাহিদা হ্ৰাসৰ ফলত বৰ্তমান সোণৰ মূল্য কিছু পৰিমানে হ্ৰাস পাইছে ৷ বৰ্তমান 10 গ্ৰাম সোণৰ মূল্য 38,800 টকা ৷

ভাৰতত সোণৰ চাহিদা 32 শতাংশ হ্ৰাস
author img

By

Published : Nov 5, 2019, 7:24 PM IST

নিউজ ডেস্ক, 5 নৱেম্বৰঃ ভাৰতবৰ্ষত হ্ৰাস পাইছে সোণৰ চাহিদা ৷ চেপ্তেম্বৰৰ পৰা বৃদ্ধিহোৱা সোণৰ মূল্য আৰু দেশৰ অৰ্থনৈতিক স্থবিৰতাৰ বাবেই চাহিদা হ্ৰাস পাইছে ৷ বিশ্ব সোণ পৰিষদৰ প্ৰতিবেদন অনুসৰি এই চাহিদা 32 শতাংশ হ্ৰাস পাইছে 123.9 টন হৈছে ৷

উল্লেখ্য যে, সোণৰ চাহিদাৰ ক্ষেত্ৰত চীনৰ পিছতেই ভাৰতবৰ্ষই দ্বিতীয় স্থানত আছে ৷ ভাৰতৰ ঘৰুৱা বজাৰত চেপ্তেম্বৰলৈ সোণৰ মূল্য প্ৰতি দহ গ্ৰামত 39,011 টকা আছিল ৷ কিন্তু চাহিদা হ্ৰাসৰ ফলত বৰ্তমান মূল্য কিছু পৰিমানে হ্ৰাস পাইছে ৷ বৰ্তমান 10 গ্ৰাম সোণৰ মূল্য 38,800 টকা ৷

প্ৰতিবেদনত প্ৰকাশ কৰা তথ্য অনুসৰী 2019 বৰ্ষৰ প্ৰথম 9 মাহত সোণৰ চাহিদা 496.11 শতাংশৰ পৰা বৃদ্ধি হৈ 523.9 শতাংশ হৈছিল ৷ আনহাতে 2018 চনৰ সম্পূৰ্ণ বৰ্ষটোত সোণৰ চাহিদা আছিল সৰ্বমূঠ 760.4 টন ৷

বিশ্ব সোণ পৰিষদৰ পৰিচালন সঞ্চালকে পিটিআই ৰ আগত প্ৰকাশ কৰা অনুসৰি দুটা মূখ্য কাৰণৰ বাবে হ্ৰাস পাইছে সোণৰ চাহিদা ৷ প্ৰথমটো হ'ল বৰ্দ্ধিত সোণৰ মূল্যৰ বাবে গ্ৰাম্যাঞ্চলৰ মানুহে ক্ৰয় কৰিব পৰা নাই সোণ ৷ আনহাতে দ্বিতীয় কাৰণ হ'ল ভাৰত-চীনকে ধৰি বিশ্বৰ প্ৰায়বোৰ আগশাৰী দেশৰে হ্ৰাস পোৱা অৰ্থনৈতিক উন্নয়ণ ৷

বিশ্ব সোণ পৰিষদৰে প্ৰকাশ কৰা অনুসৰী 2019 চনৰ তৃতীয় ত্ৰিমাশিকৰ ভিতৰত সোণৰ চাহিদা 1,107.9 ৰ পৰা 1,079 লৈ হ্ৰাস পাইছে ৷

Intro:Body:

ZCZC

PRI COM ECO GEN NAT

.NEWDELHI DEL4

BIZ-WGC-INDIA-DEMAND

        New Delhi, Nov 5 (PTI) India's gold demand slumped 32 per cent to 123.9 tonnes in the September quarter as higher prices and economic slowdown reduced the appetite for the yellow metal, according to a report.

       The country, which is the second largest consumer of the yellow metal after China, recorded a 66 per cent fall in gold imports to 80.5 tonnes during Q3 of 2019 against the year-ago period.

     The decline in import was more steep as jewellers met their demand with old imported stock and recycling, the Gold Council (WGC) said Tuesday.

     In domestic market, gold prices had peaked to Rs 39,011 per 10 grams in September and are now ruling at Rs 38,800 per 10 gram.

     During the first nine months of 2019, the country's cumulative gold demand declined to 496.11 tonnes from 523.9 tonnes during January-September period of 2018. The 2018 full year gold demand stood at 760.4 tonnes, the report said.

     Similarly, the cumulative gold import declined to 502.9 tonnes in the first nine months of 2019 from 587.3 tonnes in the year-ago. During the full year of 2018, India's gold imports had stood at 755.7 tonnes.

     "In India, there was decline in gold demand due to two reasons. One was sharp increase in prices by 20 per cent towards the end of Q2 and in Q3. The second reason was that, in various countries including India and China, general economic slowdown affected the consumer sentiment," industry group WGC India Managing Director Somasundaram PR told PTI.

     Gold demand fell 32.3 per cent to 123.9 tonnes (including jewellery demand of 101.6 tonnes and bar/coin demand of 22.3 tonnes) during Q3 of 2019 when compared with 183.2 tonnes in the same quarter 2018, he said after releasing the report.

     Stating that gold imports too fell due to high prices and lower rural demand, Somasundaram explained, "When demand is low, people recycle gold. Recycled gold in India rose to 90.5 tonnes in the first nine months of this year, as against 87 tonnes during the full year of 2018. This is going to be one of the highest year of recycling."

     He also pointed out that the domestic gold market went into a deep discount due to poor demand in Q3. "Gold was sold at a discounted price of up to USD 45 per ounce, but the rate later came down to USD 2 per ounce during Diwali."

     The other reason for lower imports, according to Somasundaram, was that traders were destocking. "Since Q1 2017, we have seen imports have been higher than demand. There has been a build up stock of 200-220 tonnes. When slowdown happens, normally people tend to destock," he said.

     Going forward in Q4, the WGC India chief said that high prices of gold will continue, but it would take still longer time for consumers to get used to such rates.

     "In terms of consumer sentiments, I don't think things have improved a lot because rural anxiety still continues. While demand increased during Diwali and Dhanteras, we don't think it will be better than last year," he said.

     Some wedding buying will happen and it is picking. It will not be higher than last year because high prices, he said.

     Given this context, Somasundaram said the WGC has revised India's total gold demand estimate downward to 700-750 tonnes for 2019 from its earlier projection of 750-800 tonnes.

     "More likely, gold demand would be at the lower end of the range in 2019. It will be one of the low demand years. Last time, we saw such a low figure was 667 tonnes in 2016," he added.

     Stating that gold imports are likely to be "mute and very low" in 2019, Somasundaram said India's gold import will generally mirror the demand. It will not be high as recycling will continue to remain high because of high prices.

     The country's gold import declined to 80.5 tonnes in Q3 of this year from 236.8 tonnes in the same quarter 2018, he added.

     According to the WGC report, the world gold demand, however, rose to 1,107.9 tonnes during Q3 of 2019 from 1,079 tonnes in the year-ago despite fall in growth in China and India - the world's two largest consumers of the yellow metal. PTI LUX

 ANS

ANS

11051032

NNNN

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.