ETV Bharat / business

তিনি মাহত ব্যৱসায় মঞ্জুৰীৰ বাবে গঠন কৰিব পেনেলঃ গাডকাৰী

ছাৰ্টাৰ্ড একাউনটেন্ট সকলৰ সৈতে হোৱা এক বৈঠকত তেওঁ এই কথা প্ৰকাশ কৰে । বিদেশী বিনিয়ো চোৱাৰ ক্ষেত্ৰত এগৰাকী যুটীয়া সচিব পৰ্যায়ৰ বিষয়াক নিয়োগ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে ।

author img

By

Published : May 4, 2020, 4:47 PM IST

ব্যৱসায়ৰ তিনি মাহৰ মঞ্জুৰীৰ বাবে গঠন কৰিব পেনেলঃ গাডকাৰী

নিউজ ডেস্ক, 4 মে': কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীয়ে দেওবাৰে কয় যে, চৰকাৰে MSME উদ্যোগৰ ক্ষেত্ৰত তিনি মাহৰ ভিতৰত বিদেশী বিনিয়োগ বঢ়াবৰ বাৰে এক পেনেল গঠন কৰিছে।

ছাৰ্টাৰ্ড একাউনটেন্ট সকলৰ সৈতে হোৱা এক বৈঠকত তেওঁ এই কথা প্ৰকাশ কৰে । লগতে MSME উদ্যোগত বিদেশী বিনিয়োগ চোৱাৰ ক্ষেত্ৰত এগৰাকী যুটীয়া সচিব পৰ্যায়ৰ বিষয়াক নিয়োগ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে ।

এই সমিতি খনত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ ষ্টক হল্ডাৰ হিচাপে সহযোগ কৰিব বুলি প্ৰকাশ কৰে ।

মন্ত্ৰী গৰাকীয়ে মহাৰাষ্ট্ৰৰ ধাৰাৱিৰ অৱস্থাৰ প্ৰতি লক্ষ ৰাখি লোক সকলক তাৰপৰা বাহিৰলৈ আহিবলৈ কয় ।

লগতে গাডকাৰীয়ে দিল্লী-মুম্বাই ৰাষ্ট্ৰীয় ঘাইপথত ছামৰা উদ্যোগৰ বাবে প্ৰস্তুত কৰা পৰিকল্পনা সাময়িকভাৱে স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.