ETV Bharat / business

নিষিদ্ধ হ'ব পাৰে পাবজি গেম

author img

By

Published : Feb 2, 2019, 4:08 PM IST

পাবজি গেম নিষিদ্ধ কৰাৰ বাবে ব'ম্বে ন্য়ায়ালয়ত আবেদন

FIR AGAINST PUBG

নিউজ ডেস্ক,২ ফেব্ৰুৱাৰীঃ জনপ্ৰিয় ম'বাইল গেম পাবজি নিষিদ্ধ কৰাৰ বাবে ব'ম্বে উচ্চ ন্য়ায়ালয়ত দাখিল হ'ল আবেদন । আহাদ নিজাম নামৰ এজন ১১ বছৰীয়া কিশোৰে মাতৃৰ সহযোগত দাখিল কৰে এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন ।

etv bharat
FIR AGAINST PUBG
undefined

আবেদনখনত এই খেলৰ জৰিয়তে ব্য়ৱহাৰকাৰীসকলৰ মাজত হিংসা আৰু আগ্ৰাসী মনোভাৱ বৃদ্ধি পোৱা বুলি অভিযোগ উত্থাপন কৰা হৈছে । আবেদন খনৰ সন্দৰ্ভত কিশোৰজনৰ অধিবক্তা তনবীৰ নিজামে প্ৰকাশ কৰামতে ব'ম্বে উচ্চ ন্য়ায়ালয়ৰ মুখ্য় ন্য়ায়াধীশ এন এইচ পাটিলৰ বিচাৰপীঠৰ অধীনত অনুষ্ঠিত হ'ব আবেদনখনৰ শুনানি ।

আবেদন দাখিল কৰিলে এজন ১১ বছৰীয়া কিশোৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.