ETV Bharat / budget-2019

কেন্দ্ৰীয় বাজেটক লৈ কি ভাবে ৰাজ্যৰ সাধাৰণ জনতাই - বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

কৃষকৰ পৰা আৰম্ভ কৰি নিবনুৱা সকলৰ স্ব-নিয়োজনৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিবনে কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেটে ?

কেন্দ্ৰীয় বাজেটক লৈ কি ভাবে ৰাজ্যৰ সাধাৰণ জনতাই
author img

By

Published : Jul 4, 2019, 4:56 PM IST

মৰিগাঁও, 4 জুলাইঃ শুকুৰবাৰে সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব কেন্দ্ৰীয় বাজেট ৷ সমগ্ৰ দেশবাসীৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেটক লৈ যথেষ্ট আশাবাদী ৰাজ্যৰ সাধাৰণ জনতা৷ কৃষকৰ পৰা আৰম্ভ কৰি নিবনুৱা সকলৰ স্ব-নিয়োজনৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিবনে এই কেন্দ্ৰীয় বাজেটে? অসমৰ আৰ্থসামাজিক উন্নয়ন হ'ব পৰাকৈ ঘোষণা কৰা হ'ব নে কেন্দ্ৰীয় বাজেট?

কেন্দ্ৰীয় বাজেটক লৈ কি ভাবে ৰাজ্যৰ সাধাৰণ জনতাই

মৰিগাঁও, 4 জুলাইঃ শুকুৰবাৰে সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব কেন্দ্ৰীয় বাজেট ৷ সমগ্ৰ দেশবাসীৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেটক লৈ যথেষ্ট আশাবাদী ৰাজ্যৰ সাধাৰণ জনতা৷ কৃষকৰ পৰা আৰম্ভ কৰি নিবনুৱা সকলৰ স্ব-নিয়োজনৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিবনে এই কেন্দ্ৰীয় বাজেটে? অসমৰ আৰ্থসামাজিক উন্নয়ন হ'ব পৰাকৈ ঘোষণা কৰা হ'ব নে কেন্দ্ৰীয় বাজেট?

কেন্দ্ৰীয় বাজেটক লৈ কি ভাবে ৰাজ্যৰ সাধাৰণ জনতাই
Intro:কাইলৈ সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব লগীয়া কেন্দ্ৰীয় বাজেটত কি কি থাকিব অসম অসমীয়াৰ বাবে। কৃষি-কৃষক,বান-গৰাখহনীয়া,নিৱনুৱা তথা প্ৰাক্তন বিদ্ৰোহী সকলক সংস্হাপনৰ বাবে থাকিব নে এই চৰকাৰৰ প্ৰথমখন বাজেটত।


Body:অসম আৰু অসমীয়া আৰ্থসামাজিক উন্নয়ন হব পৰাকৈ নিৰ্মলা সীতাৰমণৰ বাজেট ঘোষণা হব নে ? নে পূৰ্বৰ দৰেই অসম আৰু আসমীয়াক উপ্ৰেক্ষা কৰিব সীতাৰমণৰ কেন্দ্ৰীয় বাজেটে।PTc 1st
হয় ,কাইলৈ মোডী চৰকাৰৰ দ্বিতীয় টো কাৰ্যকালৰ প্ৰথমখন বাজেট দাখিল কৰিব বিভাগীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে। সমগ্র দেশবাসীৰ দৃষ্টি নিবদ্ধ থকাৰ দৰেই এই বাজেটে অসম আৰু অসমীয়াক কিমান উপকৃত কৰিব সেই সন্দৰ্ভত কি কয় অসমীয়া চহা-কৃষকে।byte:farmer

ৰাজ্যৰ লক্ষ লক্ষ নিৱনুৱাক আত্মসংস্হাপনৰ বাট মুকলি কৰিব পৰাকৈ কি বিশেষ পেকেজ ঘোষণা কৰিব এই কেন্দ্ৰীয় বাজেটত।সচাকৈয়ে নিৱনুৱাসকলক স্বনিয়োজনৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিব নে ? byte: unemployed youth
আনহাতে ৰাজ্যৰ বিদ্ৰোহী,প্ৰাক্তন বিদ্ৰোহী সমস্যাৰ সমাধানসূত্ৰ উলিয়াবলৈ সক্ষম হব নে এইখন পূণাংগ বাজেটে। কাৰ্যত অসমত অসমীয়া ৰ প্ৰভূত্ব বজাই ৰখাকৈ বাজেটখন প্ৰতিফলিত হব নে নতুন উদ্যোগ নীতি। কি কয় প্ৰাক্তন বিদ্ৰোহী নেতাকৰ্মীয়ে।byte। :ex ulfa.
PTC close


Conclusion:ratul deka,etvbharat.morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.