ETV Bharat / briefs

ৰাছিয়াৰ আগন্তুক ৰাষ্ট্ৰপতি পদৰ পৰা বাহিৰ নহয় পুটিন - ৰাছিয়াত গণভোট কাৰ্যসূচী

আগন্তুক ১ জুলাই তাৰিখে ৰাছিয়াত সাংবিধানিক সংশোধনৰ আধাৰত এক গণভোট কাৰ্যসূচী আয়োজন কৰা হ'ব । যদি এই বিলখন পাছ হয় তেন্তে এই বিলখনে ব্লাডিমিৰ পুটিনক ২০২৪ চনত পুনৰ ৰাষ্ট্ৰপতি পদৰ বাবে সমৰ্থন কৰিব ।

ৰাছিয়াৰ আগন্তুক ৰাষ্ট্ৰপতি পদৰ বাহিৰ নহয় পুটিন

author img

By

Published : Jun 22, 2020, 12:25 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২২ জুন : ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী সন্দৰ্ভত মত প্ৰকাশ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনৰ । সংবিধান সংশোধন আইন গৃহীত হ'লে তেওঁ ৰাষ্ট্ৰপতি পদৰ বাবে নীতিৰ বাহিৰত নাযায় বুলি মন্তব্য কৰে ৰাষ্ট্ৰপতি পুটিনে ।

ৰাছিয়াৰ আগন্তুক ৰাষ্ট্ৰপতি পদৰ বাহিৰ নহয় পুটিন
ৰাছিয়াৰ আগন্তুক ৰাষ্ট্ৰপতি পদৰ বাহিৰ নহয় পুটিন

সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি তেওঁ কয় যে, ‘’উত্তৰাধিকাৰীসকলৰ অনুসন্ধানৰ বিপৰীতে কাম-কাজ কৰাতো অতি জৰুৰী ।'' উল্লেখ্য যে, আগন্তুক ১ জুলাই তাৰিখে ৰাছিয়াত সাংবিধানিক সংশোধনৰ আধাৰত এক গণভোট কাৰ্যসূচী আয়োজন কৰা হ'ব । যদি এই বিলখন পাছ হয় তেন্তে এই বিলখনে পুটিনক ২০২৪ চনত পুনৰ ৰাষ্ট্ৰপতি পদৰ বাবে সমৰ্থন কৰিব ।

লগতে পঢ়ক : ৰাজ্যত বৃদ্ধি কোভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.