ETV Bharat / briefs

গুৱাহাটী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাৰ ভোটদান - উপমন্যু হাজৰিকা

ভোটাধিকাৰ সাব্যস্ত কৰি আহি ববিতা শৰ্মা অথবা কুইন ওজা এগৰাকীও তেওঁৰ প্ৰতিদ্বন্দী নহয় বুলি উল্লেখ কৰে গুৱাহাটী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই

গুৱাহাটী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাৰ ভোটদান
author img

By

Published : Apr 23, 2019, 11:25 AM IST

গুৱাহাটী, 23 এপ্ৰিলঃ গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই উজান বজাৰ শিশু বিদ্যালয়ত সাব্যস্ত কৰিলে ভোটাদান ৷ ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁৰ কোনো প্ৰতিদ্বন্দী নাই বুলি উল্লেখ কৰে প্ৰাৰ্থীগৰাকীয়ে ৷ নিৰ্বাচনৰ ফলাফলক লৈও কোনো ভয় নাই বুলি উল্লেখ নিৰ্দলীয় প্ৰাৰ্থী গৰাকীৰ ৷ সকলোৱে ভোটদানৰ বাবে ওলাই অহাৰ প্ৰতি লক্ষ্য ৰাখি গণতন্ত্ৰৰ জয় হৈছে বুলি কোৱাৰ লগতে উপযুক্তজনক ভোট দিবলৈ আহ্বান জনায় প্ৰাৰ্থীগৰাকীয়ে ৷

Intro: ভোটাধিকাৰ সাব্যস্ত কৰি আহি কলে উপমন্যু হাজৰিকাই প্ৰতিদ্বন্দী কোনো নাই তেওঁৰ। ববিতা শৰ্মা অথবা কুইন ওজা প্ৰতিদ্বন্দী নহয় তেওঁৰ।ভোটাধিকাৰ সাব্যস্ত কৰিলে উজান বজাৰ শিশু বিদ্যালয়ত। নিৰ্বাচনৰ ফলাফলক লৈ কোনো ভয় নাই তেওঁৰ।

Body:এইবাৰ ৰাইজ ওলাই আহিছে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ। গণতন্ত্ৰৰ জয় হৈছে। সকলোৱে চাই উপযুক্ত জনক ভোট দিব লাগে।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.