ETV Bharat / briefs

টেলিকম বিভাগৰ পৰা এজিআৰৰ বাবে ধনৰাশিৰ দাবী উচ্চতম ন্যায়ালয়ৰ - টেলিকম বিভাগ

অৰুণ শৰ্মাৰ আব্দুল নাজীৰ আৰু এম আৰ শ্বাহৰ বিচাৰপীঠে চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰি কয় যে,উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্ত সম্পূৰ্ণৰূপে ভুল । পিএছইউৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ে উত্থাপন কৰা অভিযোগক লৈ বিচাৰপীঠে কয় যে,এইটো সম্পূৰ্ণৰূপে অনিবাৰ্য ।

টেলিকম বিভাগৰ পৰা ধনৰাশিৰ দাবী উচ্চতম ন্যায়ালয়ৰ

author img

By

Published : Jun 11, 2020, 7:20 PM IST

নতুন দিল্লী, ১১ জুন: বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে পিএছইউৰ পৰা এজিআৰৰ বাবে টেলিকম বিভাগক ৪ লাখ পৰিশোধৰ দাবী জনায়। এই সন্দৰ্ভত ন্যায়াধীশ অৰুণ শৰ্মাৰ আব্দুল নাজীৰ আৰু এম আৰ শ্বাহৰ বিচাৰপীঠে চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰি কয় যে, এই সিদ্ধান্ত সম্পূৰ্ণৰূপে ভুল । পিএছইউৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ে উত্থাপন কৰা অভিযোগক লৈ বিচাৰপীঠে কয় যে,এইটো সম্পূৰ্ণৰূপে অনিবাৰ্য ।

টেলিকম বিভাগৰ পৰা ধনৰাশিৰ দাবী উচ্চতম ন্যায়ালয়ৰ
টেলিকম বিভাগৰ পৰা ধনৰাশিৰ দাবী উচ্চতম ন্যায়ালয়ৰ

ইফালে বিচাৰপীঠে টেলিকম বিভাগক নিজৰ প্ৰ-পত্ৰসমূহ আদালতত উত্থাপন কৰাৰ বাবে সাজু ৰাখিবলৈ নিৰ্দেশ দিয়ে । বিচাৰপীঠে জনোৱা অনুসৰি,এই গোচৰ বহুদিনীয়া হ'ব যদিও কোম্পানীটোৱে ১.৫ কোটি টকা সাজু কৰি ৰাখিব লাগিব। এই গোচৰৰ পৰৱৰ্তী শুনানি ১৮ জুনত হ'ব বুলি বিচাৰপীঠে জানিবলৈ দিয়ে । উল্লেখ্য যে,উচ্চতম ন্যায়ালয়ে ১৮ মে তাৰিখে এয়াৰটেল,ভোডাফোন,আইডিয়া আৰু অন্য় মোবাইল অ'পাৰেটৰসকলক ১.৬ কোটি টকা জৰিমণা দিয়াৰ নিৰ্দেশ দিছিল ।

লগতে পঢ়ক: অসমৰ ৫০ লাখ পৰিয়ালৰ ঘৰে ঘৰে গৈ বিজেপিয়ে দিব চৰকাৰৰ কামৰ খতিয়ান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.