গুৱাহাটী,২৩মে' : সপ্তদশ লোকসভা নিৰ্বাচনৰ ভোট গণনা চলি থকাৰ সময়তে পুনৰবাৰ কেন্দ্ৰত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে বিশিষ্ট ৰাজনৈতিক বিশ্লেষক তথা সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে । বৃহস্পতিবাৰে ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বিশিষ্ট সাংবাদিক গৰাকীয়ে কয় যে,-পুলৱামাৰ ঘটনা আৰু ৰাষ্ট্ৰসংঘই মাছুদ আজাহাৰক আন্তৰ্জাতিক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰা ঘটনাই এই বৰ্ষৰ নিৰ্বাচনত বিজেপি জয়ী হোৱাত সহায় কৰিলে । ৰাজগুৰুৱে ই টি ভাৰতৰ সাংবাদিকৰ আগত ইয়াৰ লগতে প্ৰকাশ কৰিলে বহু তথ্যই, চাও আহক তাৰ সৱিশেষ ।
বিজেপিৰ জয়ৰ আঁৰত কি? প্ৰশান্ত ৰাজগুৰুৰ আলোকপাত - আন্তৰ্জাতিক সন্ত্ৰাসবাদী
বিজেপিৰ এই জয়ৰ আঁৰৰ কাৰণ কি? আলোচনা কৰিছে আমাৰ অসম কাকতৰ সম্পাদক তথা বিশিষ্ট ৰাজনৈতিক বিশ্লেষক প্ৰশান্ত ৰাজগুৰুৱে ৷
গুৱাহাটী,২৩মে' : সপ্তদশ লোকসভা নিৰ্বাচনৰ ভোট গণনা চলি থকাৰ সময়তে পুনৰবাৰ কেন্দ্ৰত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে বিশিষ্ট ৰাজনৈতিক বিশ্লেষক তথা সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে । বৃহস্পতিবাৰে ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বিশিষ্ট সাংবাদিক গৰাকীয়ে কয় যে,-পুলৱামাৰ ঘটনা আৰু ৰাষ্ট্ৰসংঘই মাছুদ আজাহাৰক আন্তৰ্জাতিক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰা ঘটনাই এই বৰ্ষৰ নিৰ্বাচনত বিজেপি জয়ী হোৱাত সহায় কৰিলে । ৰাজগুৰুৱে ই টি ভাৰতৰ সাংবাদিকৰ আগত ইয়াৰ লগতে প্ৰকাশ কৰিলে বহু তথ্যই, চাও আহক তাৰ সৱিশেষ ।
Body:তেওঁ লগতে আৰু কয় যে আজিৰ নিৰ্বাচনী ফলাফলে অসমত যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টোৱে কোনো প্ৰভাৱ পেলাব নোৱাৰিলে সেই কথা প্ৰমাণ কৰি থৈ গল।
Conclusion:এয়া যিহেতু জনমত, গতিকে জনমতক সন্মান জনাবই লাগিব । সেয়েহে আগন্তুক দিন বিলাকত বিশেষকৈ অসমত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কোনো প্ৰশ্নৰ অৱতাৰণা নোহোৱাই ভাল বুলি তেওঁ মন্তব্য কৰে।