ETV Bharat / briefs

বিজেপিৰ জয়ৰ আঁৰত কি? প্ৰশান্ত ৰাজগুৰুৰ আলোকপাত

author img

By

Published : May 23, 2019, 8:45 PM IST

Updated : May 23, 2019, 8:58 PM IST

বিজেপিৰ এই জয়ৰ আঁৰৰ কাৰণ কি? আলোচনা কৰিছে আমাৰ অসম কাকতৰ সম্পাদক তথা বিশিষ্ট ৰাজনৈতিক বিশ্লেষক প্ৰশান্ত ৰাজগুৰুৱে ৷

ইটিভি ভাৰতৰ সৈতে সাক্ষাৎকাৰ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৰ

গুৱাহাটী,২৩মে' : সপ্তদশ লোকসভা নিৰ্বাচনৰ ভোট গণনা চলি থকাৰ সময়তে পুনৰবাৰ কেন্দ্ৰত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে বিশিষ্ট ৰাজনৈতিক বিশ্লেষক তথা সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে । বৃহস্পতিবাৰে ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বিশিষ্ট সাংবাদিক গৰাকীয়ে কয় যে,-পুলৱামাৰ ঘটনা আৰু ৰাষ্ট্ৰসংঘই মাছুদ আজাহাৰক আন্তৰ্জাতিক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰা ঘটনাই এই বৰ্ষৰ নিৰ্বাচনত বিজেপি জয়ী হোৱাত সহায় কৰিলে । ৰাজগুৰুৱে ই টি ভাৰতৰ সাংবাদিকৰ আগত ইয়াৰ লগতে প্ৰকাশ কৰিলে বহু তথ্যই, চাও আহক তাৰ সৱিশেষ ।

Intro:গুৱাহাটী,23 মে': পুনৰবাৰ কেন্দ্ৰত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে যদিও এইবাৰৰ নিৰ্বাচনত বহু প্ৰশ্নই কৰিবলৈ থাকি গল বুলি মন্তব্য কৰিছে বিশিষ্ট ৰাজনৈতিক বিশ্লেষক তথা সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে। ই টিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বিশিষ্ট সাংবাদিক গৰাকীয়ে কয় যে পুলৱামাৰ ঘটনা আৰু ৰাষ্ট্ৰসংঘই মাছুদ আজহাৰক আন্তৰ্জাতিক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰা ঘটনাই এই নিৰ্বাচনত বিশেষ ভাবে বিজেপিক সহায় কৰিলে, যাৰ বাবে পুনৰবাৰ চৰকাৰ গঠনৰ দিশে আগবাঢ়িবলৈ বিজেপি সক্ষম হ'ল।

Body:তেওঁ লগতে আৰু কয় যে আজিৰ নিৰ্বাচনী ফলাফলে অসমত যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টোৱে কোনো প্ৰভাৱ পেলাব নোৱাৰিলে সেই কথা প্ৰমাণ কৰি থৈ গল।

Conclusion:এয়া যিহেতু জনমত, গতিকে জনমতক সন্মান জনাবই লাগিব । সেয়েহে আগন্তুক দিন বিলাকত বিশেষকৈ অসমত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কোনো প্ৰশ্নৰ অৱতাৰণা নোহোৱাই ভাল বুলি তেওঁ মন্তব্য কৰে।
Last Updated : May 23, 2019, 8:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.