ETV Bharat / briefs

পিতৃ আৰু শহুৰেকক পিতৃ দিৱসৰ শুভেচ্ছা নিক জোনাচৰ

author img

By

Published : Jun 22, 2020, 5:01 PM IST

ছ'চিয়েল মিডিয়াযোগে দেউতাক আৰু শহুৰেকৰ ফটো শ্বেয়াৰ কৰি সকলো পিতৃকে পিতৃ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে আমেৰিকাৰ সংগীত শিল্পী নিক জোনাচে।

নিক জোনাচ
Nick Jonas extends Father's Day wishes to dad, father-in-law

এণ্টাৰটেইনমেণ্ট ডেস্ক, ২২ জুনঃ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ স্বামী তথা আমেৰিকাৰ সংগীত শিল্পী নিক জোনাচে পিতৃ দিৱসৰ দিনটোত অৰ্থাৎ দেওবাৰে নিশা ছ'চিয়েল মিডিয়াত এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰে। এই পোষ্টটোৰ জড়িয়তে তেখেতৰ পিতৃ প'ল কেবিন জোনাচ আৰু শশুৰেক অশোক চোপ্ৰাক শুভেচ্ছা জ্ঞাপন কৰে।

Nick Jonas extends Father's Day wishes to dad, father-in-law
পিতৃ আৰু শহুৰেকক পিতৃ দিৱসৰ শুভেচ্ছা নিক জোনাচৰ

ছ'চিয়েল মিডিয়াযোগে দেউতাক আৰু শহুৰেকৰ ফটো শ্বেয়াৰ কৰি সকলো পিতৃকে পিতৃ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। "মোৰ দেউতা মোৰ বাবে সদায় হিৰোৰ দৰে। দেউতা আপোনাক ভালপাও" বুলি মন্তব্য কৰে নিক জোনাচে।

তদুপৰি, অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ পিতৃ ডা০ অশোক চোপ্ৰাক উদ্দেশ্যি আৱেগিক পোষ্ট কৰে সংগীত শিল্পীগৰাকীয়ে। নিকে, "যদি মই আপোনাক লগ পোৱাৰ সৌভাগ্য লাভ কৰিলো হয়... আপুনি এগৰাকী সুযোগ্যা কন্যাক জন্ম দিছে। আমি দুয়ো-দুয়োকে পাই মই ধন্য হৈছ। আৰু যিসকলে নিজৰ পিতৃৰ লগত নাই মই তেওঁলোককো মৰম জনাইছো" বুলি টুইটাৰযোগে উল্লেখ কৰে আমেৰিকাৰ সংগীত শিল্পীগৰাকীয়ে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.