নলবাৰী,৫মে' : ওড়িশাত আবদ্ধ হৈ থকা অসমৰ পৰা পুৰীলৈ যোৱা তীৰ্থযাত্ৰীৰ প্ৰথমটো দল দেওবাৰে সুকলমে নলবাৰীত উপস্থিত হয় ৷ কাঞ্চনজংঘা এক্সপ্ৰেছৰ জৰিয়তে নলবাৰীত উপস্থিত হয় দলটো । ডঃ শচীন বৈশ্যৰ নেতৃত্বত যোৱা ৩৪ জনীয়া দলটোক বিশেষ ৰেলযোগে কলকাতালৈ অনা হৈছিল ।
স্বগৃহত পুৰীলৈ যোৱা নলবাৰীৰ তীৰ্থযাত্ৰীৰ দল - ৰেল
28 এপ্ৰিলত তীৰ্থযাত্ৰাৰ বাবে নলবাৰীৰ পৰা পুৰীলৈ গৈছিল এইসকল লোক । ওড়িশাত ফণীয়ে প্ৰভাৱ পেলোৱাৰ পূৰ্বে প্ৰশাসনৰ নিৰ্দেশ অনুসৰি পুৰী ত্যাগ কৰিছিল তীৰ্থযাত্ৰীসকলে । স্বগৃহত উপস্থিত হৈ তীৰ্থযাত্ৰীসকলে ফণীৰ ভয়াৱহ অভিজ্ঞতা বৰ্ণনা কৰে ৷
নলবাৰী,৫মে' : ওড়িশাত আবদ্ধ হৈ থকা অসমৰ পৰা পুৰীলৈ যোৱা তীৰ্থযাত্ৰীৰ প্ৰথমটো দল দেওবাৰে সুকলমে নলবাৰীত উপস্থিত হয় ৷ কাঞ্চনজংঘা এক্সপ্ৰেছৰ জৰিয়তে নলবাৰীত উপস্থিত হয় দলটো । ডঃ শচীন বৈশ্যৰ নেতৃত্বত যোৱা ৩৪ জনীয়া দলটোক বিশেষ ৰেলযোগে কলকাতালৈ অনা হৈছিল ।
Slug=Tirthayatri
5May
FTP
# অসমৰ পৰা পুৰি লৈ যোৱা তীৰ্থ যাত্ৰীৰ প্ৰথমটো দল আহি পালে নলবাৰী
# কাঞ্চনজঙ্ঘা এক্সপ্ৰেছৰ দ্বাৰা আহি নলবাৰীত উপস্থিত তীৰ্থ যাত্ৰী
# উৰিষ্যাৰ দুৰ্যোগৰ পুৰ্বে প্ৰশাসনৰ নিৰ্দেশ অনুসৰি পুৰি ত্যাগ কৰিছিল তীৰ্থ যাত্ৰী সকলে
# বিশেষ ৰেলযোগে কলিকতালৈ আহিছিল
# ডঃ শচীন বৈশ্যৰ নেতৃত্বত 34 জনীয়া দলটো সুকলমে আহি পালে অসম৷
#সম্প্ৰতি নিজ নিজ বাস গৃহত উপস্থিত হৈছে তীৰ্থ যাত্ৰী সকল৷
#ধুমুহা প্ৰতক্ষ্যদৰ্শী যাত্ৰী কেমেৰাৰ সন্মুখত কৰিলে ঘটনাৰ বৰ্ণনা৷
#উল্লেখযোগ্য যে যোৱা 28 এপ্ৰিলত তীৰ্থ যাত্ৰাৰ বাবেই নলবাৰীৰ পৰা গৈছিল এই দলটো।
কৈলাস ডেকা, নলবাৰী।