ETV Bharat / briefs

শীৰ্ষ দহৰ তালিকাত নলবাৰীৰ তিনি শিক্ষাৰ্থী

নলবাৰী জিলাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৩গৰাকীকৈ কৃতি শিক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হয়,লিটিল ফ্লাৱাৰ স্কুলৰ পৰা নিকিটা কলিতাই সপ্তম স্থান পোৱাৰ লগতে নলবাৰী জিলাৰ টিহুৰ বিবেকানন্দ বিদ্যা নিকেটনৰ ছাত্ৰ দ্বীপশেখৰ কলিতাই নৱম স্থান আৰু টিহুৰ শংকৰদেৱ শিশু নিকেটনৰ ছাত্ৰ দ্বীপজ্যোতি শৰ্মাই দশম স্থান লাভ কৰিবলৈ সক্ষম হয়

নলবাৰীত স্থান লাভ ৩গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীৰ
author img

By

Published : May 15, 2019, 1:55 PM IST

নলবাৰী,১৫মে' : আজি ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছৰ ফলাফল । নলবাৰী জিলাৰ ৩গৰাকীকৈ পৰীক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হয় । নলবাৰীৰ ব্যক্তিগত খণ্ডৰ আগশাৰী শিক্ষানুষ্ঠান লিটিল ফ্লাৱাৰ স্কুলৰ পৰা নিকিতা কলিতাই সপ্তম স্থান পোৱাৰ লগতে নলবাৰী জিলাৰ টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ ছাত্ৰ দ্বীপশেখৰ কলিতাই নৱম স্থান আৰু টিহুৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ দ্বীপজ্যোতি শৰ্মাই দশম স্থান লাভ কৰিবলৈ সক্ষম হয় । মুঠ ৬০০ নম্বৰৰ ভিতৰত দ্বীপজ্যোতিয়ে ৫৮৩,নিকিতাই ৫৮৭ আৰু দ্বীপশেখৰে ৫৮৫ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । তিনিওগৰাকী শিক্ষাৰ্থীৰ সাফল্যত আনন্দিত জিলাখনৰ বাসিন্দাসকল ৷

Slug HSLC Results overall
15may
Story FTP

নলবাৰীৰ ব্যাক্তিগত শিক্ষানুষ্ঠানৰ জয়যাএা………তিনিটাকৈ স্হানেৰে উজলিল নলবাৰী

অাজি ঘোষনা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নলবাৰীৰ তিনিখন কৈ ব্যাক্তিগত শিক্ষানুষ্ঠানে ক্ৰমে সপ্তম,নৱম অাৰু দশম স্হান দখল কৰিৱলৈ সক্ষম হৈছে ।নলবাৰীৰ ব্যাক্তিগত খণ্ডৰ অাগশাৰী শিক্ষানুষ্ঠান লিটিল ফ্লাৱাৰ স্কুলৰ পৰা নিকিটা কলিতাই সপ্তম স্হান দখল কৰিছে । টিউচনৰ সহায় লৈ ছাএী গৰাকীয়ে স্হান দখল কৰিবলৈ সক্ষম হৈছে । ভবিষ্যতে চিকিৎসক হোৱাৰ মন এইগৰাকী মেধাৱীছাএীৰ । অানহাতে ছো'চিয়েল মিডিয়াৰ পৰা অাটৰত থকাৰ অাহ্বান জনাই কৃতিত্ব অৰ্জন কৰা ছাএী গৰাকীয়ি ছাএ-ছাএী সকলক। দৈনিক ৮/৯ঘন্টাকৈ অধ্যায়ন কৰিছিল এইগৰাকী মেধাৱী ছাএীয়ে ।নলবাৰীৰ বিদ্যাপুৰৰ এইগৰাকী ছাএীৰ পিতৃ এগৰাকী বেংক বিষয়া গোপাল কলিতা অাৰু মাতৃ গীতা কলিতা এগৰাকী গৃহিনী ।কন্যাৰ এই সফলতাত বিদ্যালয় খনৰ লগতে উৎফুল্লিত হৈ পৰিছে পিতৃ- মাতৃ।

ছাএী গৰাকীৰ মুঠ নংম্বৰ ৫৮৭ (৯৭.৮৩শতাংশ)

ইফালে নলবাৰী জিলাৰ টিহুৰ বিবেকানন্দ বিদ্যা নিকেটনৰ ছাএ দ্বীপশেখৰ কলিতাই নৱম স্হান দখল কৰে ।ছাএ গৰাকীৰ ভবিষ্যতে চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে । ছাএ জন টিহুৰ লছিমা গাওৰ স্হায়ী বাসিন্দা পিতৃৰ নান গজেন্দ্ৰ নাথ কলিতা অাৰু মাতৃৰ নাম প্ৰঞ্জলী কলিতা ।উল্লেখ্য যে দ্বীপশেখৰ কলিতাৰ পিতৃ এজন অ-প্ৰাদেশিকীত মহাবিদ্যালয়ৰ প্ৰৱক্তা ।ছাএ জনৰ সফলতাৰ পিছত বিদ্যালয় খন বিভিন্ন জনে শুভেচ্ছা জনাই লগতে ছাএ জনক লৈ এক সমদলো বাহিৰ কৰে ।ছাএ জনৰ মুঠ নংম্বৰ ৫৮৫ (৯৭.৫শতাংশ)

অানহাতে টিহুৰে শংকৰদেৱ শিশু নিকেটনৰ ছাএ দ্বীপজ্যোতি শৰ্মাই দশম স্হান লাভ কৰি টিহু কঠালমুৰালৈ সুনান কঢ়িয়াই অানে ।কৃতিত্ব অৰ্জন কৰা ছাএ জনে প্ৰতিদিনে ৬-৭ ঘন্টাকৈ পঢ়িছিল। ছাএ জনে টিউচনৰ তিনিটাকৈ বিষয়ত সহায় লৈছিল গণিত,ঐচ্ছিক গণিত অাৰু ইংৰাজী বিষয়ত টিউচনৰ সহায়লৈছিল । ছাএজনে ভবিষ্যতে চিকিৎসক হোৱাৰ মন পুহি ৰাখিছে ।ছাএগৰাকীৰ পিতৃ অসীম শৰ্ম্মা দীঘেলি হাইস্কুলৰ এগৰাকী শিক্ষক । ছাএ জনৰ মুঠ নংম্বৰ ৫৮৩(৯৭.১৬শতাংশ)

বাইট ছাত্র/পিতৃ

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.