ETV Bharat / briefs

মৰিগাঁৱৰ বৰালিমাৰী বজাৰত অগ্নিকাণ্ড - অগ্নি নিৰ্বাপক বাহিনী

মৰিগাঁৱৰ বৰালিমাৰী বজাৰত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত ভষ্মিভূত হয় বজাৰখনৰ কেইবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠান, নদীৰ কাষত বজাৰখন হোৱাৰ বাবে বজাৰত উপস্থিত হ'ব নোৱাৰিলে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন

মৰিগাঁৱৰ বৰালিমাৰী বজাৰত অগ্নিকাণ্ড
author img

By

Published : May 28, 2019, 12:12 PM IST

মৰিগাঁও,২৮মে' : সোমবাৰে নিশা মৰিগাঁৱৰ বৰালিমাৰী বজাৰত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা । বিধ্বংসী অগ্নিকাণ্ডই বহু ব্যৱসায়ীক প্ৰতিষ্ঠান ভষ্মিভূত কৰি পেলায় । যাৰ ফলত বহু লক্ষাধিক টকাৰ সম্পত্তিৰ ক্ষতি সাধন হয় । বৰ্তমানলৈ অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও,বিদ্যুৎ বিজুতিৰ বাবে এই ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয় বুলি স্থানীয় ৰাইজে মন্তব্য কৰে ।

মৰিগাঁৱৰ বৰালিমাৰী বজাৰত অগ্নিকাণ্ড

উল্লেখ্য যে, বজাৰখন নদীৰ কাষত হোৱা বাবে বজাৰখনলৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন যাব নোৱাৰে ।

slug :as-mrg-28thmay-boralimari bozarot jui-804-vis-byte-as10005

Anchorintro.:নিশা মৰিগাঁৱৰ বৰালিমাৰী বজাৰত বিধ্বংসী অগ্নিকাণ্ড ।  কেইবাখনো দোকান ভষ্মীভূত । কেইবা লাখ টকা সম্পত্তি জুইত জাহ যায় । 
অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই ।

Vo:নিশা  মৰিগাঁৱৰ ভূৰাগাঁৱৰ বৰালিমাৰী বজাৰত বিধংসী অগ্নি কাণ্ড । বৰ্তমান লৈ অগ্নি কাণ্ডৰ কাৰণ জানিব পৰা নাই যদিও বিদ্যুত বিজুতিৰ বাবেই এই ভয়াবহ অগ্নি কাণ্ড সংঘটিত হয় । এইঅগ্নি কাণ্ড বহুকেইখন  ব্যৱসায়ী প্ৰতিষ্ঠানৰ সা সম্পত্তিৰ ক্ষতি সাধন হয় । নদী কাষৰীয়া  বজাৰ খনলৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী যাব নোৱাৰাৰ ফলতে  দহখনৰ অধিক  দোকান পোহাৰ জ্বলি নীশেষ  হয় ।জানিব পৰা মতে প্ৰমোদ নামৰ এজন ব্যবসায়ীৰ দোকানত লগা জুই লেলিহান শিখাৰে আগুৰি ধৰে। ফলত  সোণাৰী দোকানৰ লগতে  কেইবাজনো ব্যবসায়ীৰ লাখটকিয়া লোকচান হয়।
Byte:public

Ratuldeka etv Bharat morigaon.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.