ETV Bharat / briefs

নৈত গা ধুবলৈ গৈ সলিল সমাধি যুৱকৰ - এজন যুৱকৰ

জাগুনৰ তিৰাপ নৈত গা ধুবলৈ গৈ সলিল সমাধি বিশাল লামা নামৰ এজন যুৱকৰ

নৈত গা ধুবলৈ গৈ নিহত যুৱক
author img

By

Published : Apr 20, 2019, 9:29 PM IST

জাগুন,২০ এপ্ৰিল : মাৰ্ঘেৰিটাৰ জাগুনৰ তিৰাপ নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটে এজন ৩৫ বছৰীয়া যুৱকৰ । যুৱকজনৰ নাম বিশাল লামা । পাছত স্থানীয় ৰাইজে যুৱকজনক পানীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে । সংকটজনক অৱস্থাত যুৱকজনক ততাতৈয়াকৈ জাগুন ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসালয়খনত চিকিৎসক নথকাত ৰাইজৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । পাছত ৰাইজে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে যদিও যুৱকজনৰ চিকিৎসালয়তে মৃত্যু হয় ।

Intro:

জাগুনৰ তিৰাপ নৈত গা ধুবলৈ গৈ সলীল সমাধি ঘটে এজন (৩৫)বছৰীয়া বিশাল লামা নামৰ যুৱকৰ । পিছত স্থানীয় ৰাইজে যুৱক জনক পানীত উপঙি থকা দেখি সংকট জনক অৱস্থাত জাগুন ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত চিকিৎসাৰ বাবে আনে যদিও চিকিৎসালয়ত খনত চিকিৎসক নথকাত ৰাইজৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় পিজত ৰাইজে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে ।Body:NilConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.