ETV Bharat / briefs

গোলাঘাটত মহিলা সভানেত্ৰীৰ ৰণচণ্ডী ৰূপ - চুলাই সেৱনকাৰী

গোলাঘাট জিলাৰ খুমটাইৰ মেলামৰাত চুলাই সেৱনকাৰীক উত্তম মাধ্যম শোধালে মহিলা সমিতিৰ সভানেত্ৰীয়ে

চুলাই সেৱনকাৰীক মহিলাৰ উত্তম মাধ্যম
author img

By

Published : May 11, 2019, 10:29 PM IST

Updated : May 11, 2019, 10:56 PM IST

গোলাঘাট,১১মে' : গোলাঘাট জিলাৰ খুমটাইৰ মেলামৰাত ৰণচণ্ডী ৰূপ ধাৰণ কৰিলে মহিলা সমিতিৰ এগৰাকী সভানেত্ৰীয়ে । দিন-দুপৰতে অঞ্চলটোৰ এজন ব্যক্তিয়ে চুলাই সেৱন কৰা বাবে গছত বান্ধি উত্তম-মধ্যম সোধালে মহিলা সমিতিৰ সভানেত্ৰী ৰেখা শইকীয়াই । মেলামৰা অঞ্চলটো মদমুক্ত এখন নিকা সমাজ গঢ়াৰ ক্ষেত্ৰত মহিলা সমিতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে বুলি সভানেত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় ইয়াত আৰক্ষীয়েও একো কৰিব নোৱাৰে । ইয়াত আমি চুলাই বন্ধ কৰিছো আৰু চুলাই সেৱন কৰা লোকক আমি শাস্তি প্ৰদান কৰিমেই ।

Intro:খুমটাই মেলামৰাত ৰনচণ্ডি ৰুপ ধাৰণ কৰিছে এদল মহিলাই।মহিলা কেইগৰাকীয়ে নিকটৰ্বতি বৰফলং ছাহ বাগিচাৰ চুলাই ব্যৱসায়ৰ লগত জড়িত মদন মুখীয়াক গছত বান্ধি সাস্তি প্ৰদান কৰে।Body:সমগ্র অসমতে চুলাই ট্ৰেজেদি মাৰ নাযাওতেই পুনৰ অসাধু ব্যৱসায়িয়ে বিভিন্ন স্থানত চুলাই যোগান ধৰি অহাৰ সময়ত স্থানীয় মহিলা সমিতিয়ে উক্ত ব্যক্তি জনক হাতে লুতে ধৰি গছত বান্ধি উওম মাধ্যম সোধাই। ব্যক্তিজনে কাৰ কৰা ঘৰত চুলাই বিক্ৰী কৰে সেই কথা সকলোৰে আগত প্ৰকাশ কৰে।এই অসাধু ব্যক্তি জনক কৰায়ত্ত কৰাত বিশেষ ভূমিকা পালন কৰিলে সেই অঞ্চলৰ মহিলা সমিতিৰ সভানেত্ৰী ৰেখা শইকীয়াই।উক্ত অঞ্চলত মদমুক্ত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ হাতত লোৱাৰ কথা প্ৰকাশ কৰে।
Conclusion:Byte-. স্থানীয় মহিলা।

খুমটাইৰ পৰা দিপক হাজৰিকা।
Last Updated : May 11, 2019, 10:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.