ETV Bharat / briefs

এ এফ চি-১৬ৰ অনুৰ্ধৰ চেম্পিয়নশ্বিপত অ'ফিচিয়েল ড্ৰ'ৰ বাবে পট ৩ত ভাৰত - ভাৰতীয় কোল্টছ

তাচকেণ্টৰ গ্ৰুপ- বি চেম্পিয়ন হিচাপে বাছনি হোৱাৰ পিছত ভাৰতীয় দলে ১৬ অনুৰ্ধৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় । ভাৰতীয় কোল্টছে তিনিখন খেলত ৭ পইণ্ট লাভ কৰে আৰু ১০ টা গ'ল দিয়ে । এ এফ চি ইউ-১৬ত এয়া ভাৰতৰ তৃতীয়টো অবিচ্ছিন্ন জয় আৰু সম্পূৰ্ণৰূপে গোটেই চেম্পিয়নশ্বিপত নৱমবাৰ জয় ।

এ এফ চি-১৬ৰ অনুৰ্ধৰ চেম্পিয়নশ্বিপত অ'ফিচিয়েল ড্ৰ'ৰ বাবে পট ৩ত ভাৰত

author img

By

Published : Jun 17, 2020, 5:27 PM IST

স্পৰ্টছ ডেস্ক, ১৭ জুন: কুৱালালামপুৰত বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া এ এফ চি ইউ-১৬ চেম্পিয়নশ্বিপ বাহৰেইন ২০২০ত ভাৰতক পট-৩ক দেখিবলৈ পোৱা যাব ।

এ এফ চি-১৬ৰ অনুৰ্ধৰ চেম্পিয়নশ্বিপত অ'ফিচিয়েল ড্ৰ'ৰ বাবে পট ৩ত ভাৰত
এ এফ চি-১৬ৰ অনুৰ্ধৰ চেম্পিয়নশ্বিপত অ'ফিচিয়েল ড্ৰ'ৰ বাবে পট ৩ত ভাৰত

তাচকেণ্টৰ গ্ৰুপ- বি চেম্পিয়ন হিচাপে বাছনি হোৱাৰ পিছত ভাৰতীয় দলে ১৬ অনুৰ্ধৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় । ভাৰতীয় কোল্টছে তিনিখন খেলত ৭ পইণ্ট লাভ কৰে আৰু ১০ টা গ'ল দিয়ে । এ এফ চি ইউ-১৬ত এয়া ভাৰতৰ তৃতীয়টো অবিচ্ছিন্ন জয় আৰু সম্পূৰ্ণৰূপে গোটেই চেম্পিয়নশ্বিপত নৱমবাৰ জয় ।

মুখ্য কোচ বিবিয়ানো ফাৰ্ণাণ্ডেজে সদৰী কৰে যে, ‘’আমি ড্ৰ'ৰ বাবে উৎসুকতাৰে অপেক্ষা কৰি আছো । ল'ৰাবোৰৰ এক প্ৰশংসনীয় জয় প্ৰাপ্তি হৈছে, যেতিয়া তেওঁলোকে উজবেকিস্তানৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ।''

উল্লেখ্য যে, ২০১৮ বৰ্ষত ১৬ৰ অনুৰ্ধৰ খেলত ল'ৰাবোৰে জয়ী সাব্যস্ত কৰে যদিও কোৱাৰ্টাৰ ফাইনেলত কোৰিয়া ৰিপাব্লিকৰ বিৰুদ্ধে হাৰি ১৭ৰ অনুৰ্ধত প্ৰৱেশৰ পৰা বঞ্চিত হয় ।

লগতে পঢ়ক: দেশৰ সকলো স্বাস্থ্যকৰ্মীক সময়মতে বেতন দিয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.