ETV Bharat / briefs

হাজোৰ খলিহামাৰীত পাগলদিয়া নদীৰ তাণ্ডৱ

author img

By

Published : May 2, 2019, 3:18 PM IST

হাজোৰ খলিহামাৰীত পাগলদিয়া নদীৰ গৰাখহনীয়াই তাণ্ডৱ চলায়, গৰাখহনীয়াত কেইবাটাও পৰিয়ালৰ বাসগৃহৰ লগতে পথাৰ জাহ যায়

হাজোৰ খলিহামাৰীত পাগলদিয়া নদীৰ তাণ্ডৱ

হাজো,২মে' : কামৰূপ জিলা প্ৰশাসনৰ সীমান্তবৰ্তি হাজোৰ খলিহামাৰীত পাগলদিয়া নদীৰ বাঢ়নী পানীয়ে চলাইছে তাণ্ডৱ । নদীৰ গঢ়া খহি বিঘাই-বিঘাই পথাৰৰ লগতে কেইবাটাও বাসগৃহৰ ক্ষতি হয় । এই গৰাখহনীয়াৰ বাবে এতিয়া আতংকিত হৈ উঠিছে ৰাইজ । ইফালে, গৰাখহনীয়া ৰোধৰ বাবে চৰকাৰক অঞ্চলবাসীয়ে দীৰ্ঘদিন ধৰি খবৰ দি আহিছে যদিও চৰকাৰে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ।

হাজোৰ খলিহামাৰীত পাগলদিয়া নদীৰ তাণ্ডৱ

উল্লেখ্য যে, ১৯৯৬ চনত পাগলদিয়া নদীৰ গৰাখহনীয়াৰ কৱলত পৰি খলিহামাৰী গাওখনৰ কেইবাটাও পৰিয়াল স্থানান্তৰিত হবলগীযা হৈছিল । ইয়াৰ পাছত পুনৰ গৰাখহনীয়াৰ ফলত অঞ্চলটোৰ ২০টাকৈ পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি বিস্তৰ ক্ষতি সাধন হৈছিল । চৰকাৰৰ ওচৰত অঞ্চলবাসীৰ দাবী অতি শীঘ্ৰে এই গৰাখহনীয়া ৰোধ কৰক ।

Slug-HAJO PAGALDIYA TANDAB  

হাজোৰ খলিহামাৰীত পাগলদিযা নদীৰ গৰাখহনীয়াৰ তান্ডব।বিঘাই বিঘাই খহিছে গঢা।আতঙ্কিত নৈ পৰীযা ৰাইজ।

SCRIPT-কামৰূপ জিলা প্ৰশাসনৰ সীমান্ত বৰ্তি হাজোৰ খলিহামাৰীত পাগলদিযা নদীৰ বাঢ়নী পানীযে চলাইছে গৰাখহনীয়াৰ তান্তব।।১৯৯৬চনৰত  পাগলদিযা নদীৰ গৰাখহনীয়াৰ কবলত পৰি খলিহামাৰী গাওখনৰ কেবাটা পৰিযাল স্হানন্তৰিত হব লগীযা হৈছিল। তাৰ পিছত যোবা দুই তিনিটা বছৰত পাগলদিযা নদীৰ গৰাখহনীয়াৰ কবলত পৰি ২০টাতকৈ অধিক পৰিযাল ঘৰ দুবাৰ ভাঙি অন্যঠাইলৈ স্হানন্তৰিত হৈছিল।আজি লৈকে চৰকাৰ তথা বাননিযন্তন বিভাগে কোনো ধৰনৰ গুৰুত্ব নিদিযাৰ অভিযোগ স্হানীয ৰাইজৰ ।বাৰে বাৰে গৰাখহনীয়া ৰাইজে  মন্ত্ৰী, বিধাযক আৰু চৰকাৰক আবেদন নিবেদন কৰাৰ পিছতো কোনো ধৰনৰ ব্যাবস্হা গ্ৰহণ নকৰিলে ।নিৰ্বাচনৰ সমযত ভোট বিচাৰি আহে মন্ত্ৰী বিধাযকে কিন্তু খলিহামাৰীৰ মূল সমস্যা গৰাখহনীয়া ৰোধৰ  নললে কোনো  ব্যাবস্হা ।পাগলদিযা নদীৰ বাঢনী পানীযে যোবা নিশাৰ পৰা পৰাই চলাইছে প্ৰবল গৰাখহনীয়াৰ তান্ডব।বিঘাই বিঘাই খেতি পথাৰৰমাটিৰ  লগতে  কেইবাতাও বাসগৃহ  জাহ হৈছে গৰাখহনীত।আংকিত ৰাইজ।ৰাইজৰ আহ্বান চৰকাৰে আমাৰ গৰাখহনীয়াৰ ব্যাবস্ হা গ্ৰহণ কৰক।নহলে দুখীযা মানুহ খিনি অন্যথাইলৈ যোবাৰ নাই কোনো ধন।এনে দৰে খলিহামাৰীৰ ৰাইজে আংকত দিনে নিশাই কতাইছে জীবন।
Byte-স্হানীয লোক।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.