গুৱাহাটী,৫মে' : শণিবাৰে প্ৰচণ্ড ধুমুহাৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন হয় । । ঠায়ে-ঠায়ে প্ৰকাণ্ড গছ পৰি ব্যাহত হৈ পৰে বিদ্যুৎ সেৱা । গুৱাহাটী মহানগৰীৰ মালিগাঁৱতো প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত বিস্তৰ ক্ষতিসাধন হয় । মালিগাঁৱৰ চাৰিটাকৈ ৰেল কোৱাৰ্টাৰৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ । সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও কোৱাৰ্টাৰকেইটাৰ ক্ষতিসাধন হয় ।
মালিগাঁৱত ধুমুহাৰ তাণ্ডৱ - প্ৰকাণ্ড গছ
গুৱাহাটী মহানগৰীৰ মালিগাঁৱত প্ৰচণ্ড ধুমুহাৰ ফলত চাৰিটাকৈ ৰেল কোৱাৰ্টাৰৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ
মালিগাঁৱত ধুমুহাৰ তাণ্ডৱ
গুৱাহাটী,৫মে' : শণিবাৰে প্ৰচণ্ড ধুমুহাৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন হয় । । ঠায়ে-ঠায়ে প্ৰকাণ্ড গছ পৰি ব্যাহত হৈ পৰে বিদ্যুৎ সেৱা । গুৱাহাটী মহানগৰীৰ মালিগাঁৱতো প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত বিস্তৰ ক্ষতিসাধন হয় । মালিগাঁৱৰ চাৰিটাকৈ ৰেল কোৱাৰ্টাৰৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ । সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও কোৱাৰ্টাৰকেইটাৰ ক্ষতিসাধন হয় ।
Intro:শণিবাৰৰ প্ৰচণ্ড বতাহ আৰু নেৰানেপেৰা বৰষুণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন। ঠায়ে ঠায়ে প্ৰকাণ্ড গছ পৰি ব্যাহত বিদ্যুৎ সেৱা। Body:ৰাজ্যৰ লগতে মহানগৰীৰ মালিগাঁৱতো প্ৰকাণ্ড গছ পৰি বিস্তৰ ক্ষতিসাধন। চাৰিটাকৈ ৰেল কোৱাৰ্টাৰৰ ওপৰত পৰিল প্ৰকাণ্ড গছ। সৌভাগ্যক্ৰমে ঘটনাত কোনো লোক হতাহত হোৱা নাই। বৰ্তমান ৰেল বিভাগৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ গছডাল কটাৰ ব্যৱস্থা কৰিছে।Conclusion:Hirul Haque.. Guwahati