ETV Bharat / briefs

চৰকাৰৰ অসহযোগিতাৰ বাবে বিপাঙত জি ডি চি এল - যোৰহাট

যোৰহাট অজন্তা বাই পাছৰ পৰা জাঁজী দলঙলৈকে ৩৭.৮ কিমি পথ সম্প্ৰসাৰণৰ দায়িত্বত থকা জি ডি চি এল নামৰ কোম্পানীটো বৰ্তমান বিপাঙত পৰিছে ৷ আজি কিছু দিনৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অতি সোনকালে পথৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছিল যদিও আজিলৈ সম্পূৰ্ণ নহল সেই প্ৰতিশ্ৰুতি ৷

অসম চৰকাৰৰ সমন্বয়হীনতাৰ বাবে বিপাঙত পৰিছে জি ডি চি এল
author img

By

Published : May 14, 2019, 11:58 AM IST

যোৰহাট, 14 মে': যোৰহাট অজন্তা বাই পাছৰ পৰা জাঁজী দলঙলৈকে ৩৭.৮ কিমি পথ সম্প্ৰসাৰণৰ দায়িত্বত থকা জি ডি চি এল নামৰ কোম্পানীটো বৰ্তমান বিপাঙত পৰিছে ৷ আজি কিছু দিনৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অতি সোনকালে পথৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছিল যদিও আজিলৈ সম্পূৰ্ণ নহ'ল সেই প্ৰতিশ্ৰুতি ৷

অসম চৰকাৰৰ সমন্বয়হীনতাৰ বাবে বিপাঙত পৰিছে জি ডি চি এল

বৰ্তমান সকলো মেচিন তথা পৰ্যাপ্ত পৰিমাণৰ শ্ৰমিক থকাৰ সত্বেও কেঁচা সামগ্ৰীৰ অভাৱত কাম আগবঢ়াব পৰা নাই বুলি জানিবলৈ দিছে জি ডি চি এল কৰ্তৃপক্ষই ৷ আজি আঠ মাহ পূৰ্বে টীয়কৰ মেলেংস্হিত জি ডি চি এলৰ কাৰ্যালয়ত বিষয়াসকলে এক সংবাদ মেল সম্বোধন কৰি পথটো মেৰামতি তথা সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় মাটি শিল বালি আদি সামগ্ৰীৰ বাবে চৰকাৰৰ বিভিন্ন বিভাগৰ লগত যোগাযোগ কৰিছিল ৷ কিন্তু আজি পৰ্যন্ত চৰকাৰে সামগ্ৰীসমূহৰ সু-বন্দোবস্ত কৰাত সহায় কৰা নাই বুলি সদৰি কৰে জি ডি চি এল কৰ্তৃপক্ষই ৷

সেয়ে জি ডি চি এল কৰ্তৃপক্ষই চৰকাৰৰ বিভাগবোৰক সোনকালে প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ প্ৰদান কৰি ঘাইপথ সম্প্ৰসাৰণৰ কৰাত সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে ৷

Intro:Body:অসম চৰকাৰৰ সমন্বয়হীনতাৰ বাবে বিপাঙত পৰিছে জি ডি চি এল
TEOK:যোৰহাট অজন্তা বাই পাছৰ পৰা জাঁজী দলঙলৈকে ৩৭•৮ কিমি পথ সম্প্ৰসাৰণৰ দায়িত্বত থকা জি ডি চি এল নামৰ কোম্পানীটো বৰ্তমান বিপাঙত পৰিছে।আজি কিছু দিনৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অতি সোণকালে পথৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছিল যদিও বৰ্তমান সকলো মেচিন তথা পৰ্যাপ্ত পৰিমাণৰ শ্ৰমিক থকাৰ সত্তেও কেচা সামগ্ৰীৰ অভাৱত কাম আগবঢ়াব পৰা নাই বুলি জানিবলৈ দিছে জি ডি চি এল কৰ্তৃপক্ষই।টীয়কৰ মেলেংস্হিত জি ডি চি এলৰ কাৰ্যালয়ত বিষয়াসকলে এক সংবাদ মেল সম্বোধন কৰি পথটো মেৰামতি তথা সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় মাটি শিল বালি আদি সামগ্ৰীৰ বাবে চৰকাৰৰ বিভিন্ন বিভাগৰ লগত যোগাযোগ কৰাৰ প্ৰায় আঠ মাহৰ পাছতো চৰকাৰে এই সামগ্ৰীসমূহৰ সু বন্দবস্ত কৰাত সহায় কৰা নাই বুলি সদৰি কৰে।সেয়ে চৰকাৰৰ বিভাগবোৰক সোনকালে প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ প্ৰদান কৰি ঘাইপথ সম্প্ৰসাৰণৰ কৰাত সহায়ৰ হাত আগ বঢ়াবলৈ অনুৰোধ জনাইছে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.