ETV Bharat / briefs

ইউৰোপ-বৃটেইনৰ মাজৰ বাণিজ্যিক ব্যৱধান দূৰ কৰাতো আৱশ্যকঃ জনছন

author img

By

Published : Dec 19, 2020, 6:13 PM IST

শীঘ্ৰে ইউৰোপ আৰু বৃটেইনৰ মাজৰ বাণিজ্যিক আলোচনা সমূহ পুনৰ আৰম্ভ কৰা হ’ব ৷ লগতে দুয়ো দেশৰ মাজত থকা বিভিন্ন বিষয়ৰ দুৰত্ব আলোচনাৰ মাধ্যমৰে হ্ৰাস কৰিবলৈ চেষ্টা চলোৱা হ’ব ৷ শুকুৰবাৰে স্থানীয় সংবাদ মাধ্যমৰ আগত প্ৰধানমন্ত্ৰী গৰাকীয়ে এই কথা সদৰী কৰে ৷

The British and EU leaders have previously said significant differences remain between the two sides on three critical issues: level playing field, governance and fisheries.

লণ্ডন,১৯ ডিচেম্বৰ: বৃটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে জনোৱা মতে, ইউৰোপ আৰু বৃটেইনৰ মাজৰ বাণিজ্যিক আলোচনা সমূহ পুনৰ আৰম্ভ কৰা হ’ব ৷ লগতে দুয়ো দেশৰ মাজত থকা বিভিন্ন বিষয়ৰ দুৰত্ব আলোচনাৰ মাধ্যমৰে হ্ৰাস কৰিবলৈ চেষ্টা চলোৱা হ’ব ৷ শুকুৰবাৰে স্থানীয় সংবাদ মাধ্যমৰ আগত প্ৰধানমন্ত্ৰী গৰাকীয়ে এই কথা সদৰী কৰে ৷

The British and EU leaders have previously said significant differences remain between the two sides on three critical issues: level playing field, governance and fisheries.
ইউৰোপ-বৃটেইনৰ মাজৰ বাণিজ্যিক ব্যৱধান দূৰ কৰাতো আৱশ্যকঃ জনছন

কিন্তু বৃটেইনে এইক্ষেত্ৰত নিয়ম তথা আইন নিয়ন্ত্ৰণত ৰাখিবলৈ যত্ন কৰা উচিত ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বীকাৰ কৰা অনুসৰি ক্ৰমাৎ এই বিষয়ে সমস্যা সৃষ্টি হৈছে ৷ কিন্তু বৃটেইনেে এনে সমস্যা সমাধান কৰিব পাৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকী আশাবাদী ৷

“মই ভাবো আমি আলোচনাৰ মাধ্যমৰেে এই সমস্যা সমাধান কৰিব পাৰিলে ২০২১ চনত দেশৰ বাবে নতুন পথ মুকলি হোৱা দেখিবলৈ পাম” তেওঁ কয় ৷

লগতে চাওকঃ নলবাৰীৰ বৰক্ষেত্ৰীৰ ভাংনামাৰী চৰত মৃত বাঘ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.