ETV Bharat / briefs

ধেমাজিত শৌচাগাৰ নিৰ্মাণত দুৰ্নীতি - প্ৰবঞ্চনা

ধেমাজি জিলাৰ নগৰ সমিতিৰ ৬নং ৱাৰ্ড তুলসীবাৰীত শৌচাগাৰ নিৰ্মাণত চৰম দুৰ্নীতিৰ সৃষ্টি হয়, অঞ্চলটোৰ ৪০টাতকৈও অধিক শৌচাগাৰ ঠিকাদাৰে অনিৰ্মাণ কৰিয়ে সামৰিলে

ধেমাজিত শৌচাগাৰ নিৰ্মাণত দুৰ্নীতি
author img

By

Published : May 5, 2019, 1:01 PM IST

ধেমাজি,৫মে' : ধেমাজিত শৌচাগাৰ নিৰ্মাণক লৈ চৰম দুৰ্নীতি । জিলাখনৰ নগৰ সমিতিৰ ৬নং ৱাৰ্ড তুলসীবাৰীত ৬মাহ পূৰ্বে নিৰ্মাণ কৰা হৈছিল ৪০টাতকৈও অধিক শৌচাগাৰ । কিন্তু ঠিকাদাৰৰ দুৰ্নীতিৰ বাবে বৰ্তমানেও সম্পূৰ্ণ নহ'ল শৌচাগাৰকেইটা । গাওঁখনৰ সতীশ কোচ,তীৰ্থনাথ শইকীয়া,চন্দিকা লাহন,জুৰি বৰা,বৰ্ণালী বৰা,নবীন বৰাকে ধৰি প্ৰায় চল্লিশটা দৰিদ্ৰ পৰিয়ালক ঠিকাদাৰে প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে । অঞ্চলটোৰ কোনোবা এটা শৌচাগাৰত যদি নলাৰ সুব্যৱস্থা কৰা নাই, আন কোনোবা এটাত দৰ্জাৰ ব্যৱস্থা নাই,আকৌ কোনোবাটো শৌচাগাৰৰ গাঁত খান্দিয়ে দায়িত্ব সামৰিছে ঠিকাদাৰে যাৰ বাবে ক্ষোভিত হৈ পৰে অঞ্চলবাসী ।

ধেমাজিত শৌচাগাৰ নিৰ্মাণত দুৰ্নীতি
আনকি, বাৰিষা অহাৰ লগে-লগে শৌচাগাৰ কেইটাৰ বাবে চিন্তিত হৈ পৰিছে অঞ্চলবাসী । কিয়নো শৌচাগাৰকেইটাত কৰা হৈছে বৃহৎ-বৃহৎ গাঁত । এই উন্মুক্ত হৈ থকা শৌচালয়ৰ গাঁতবোৰৰ বাবে কোনো শিশু যদি দুৰ্ঘটনাগ্ৰস্ত হয়,তেন্তে ইয়াৰ ক্ষতিপূৰণ কোনে দিব বুলিও স্থানীয় ৰাইজে প্ৰশ্ন উত্থাপন কৰে ।

Intro:ধেমাজিত শৌচাগাৰ নিৰ্মানত অনিয়ম ।

Body:ধেমাজি , 5 মে : ৰাজ্যৰ চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ দ্বাৰা স্বচ্ছ তা শ্লগানেৰে অনাময় শৌচাগাৰ নিৰ্মাণৰ বাবে অভিলাষী আচঁনি গ্ৰহন কৰি ছে য়দিও কাৰ্যত অন্ত সাৰ শূণ্য হৈ পৰা পৰিলক্ষিত হৈছে । শোচালয় নিৰ্মাণ কৰি দিয়াৰ নামত সংশ্লিষ্ট বিভাগে কেৱল আভুৱা ভাৰিছে দৰিদ্ৰ জনসাধাৰণৰক । ধেমাজি নগৰ সমিতিৰ অন্তৰ্গত ৬ নং ৱা্ৰ্ড তুলসী বাৰীত ৬ মাহৰ পূৰ্বে নিৰ্মাণ কৰা শোচালয় আজিকোপতি নিৰ্মাণ সম্পূৰ্ণ নহল ।গাওঁখনৰ সতীশ কোছ , তীৰ্থনাথ শ ইকীয়া ,, চন্দিকা লাহন , জুৰি বৰা , বৰ্ণালী বৰা , নবীন বৰা কে ধৰি প্ৰায় চল্লিশটা দৰিদ্ৰ পৰিয়ালক প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে । ধেমাজি নগৰ সমিতিৰ অধীনত নিৰ্মিত হোৱা এই অৰ্ধ সমাপ্ত শৌচাগাৰক লৈ বিপাঙত পৰিছে হিতাধিকাৰী ।স্বচ্ছতাৰ শ্লগান আৰু লক্ষ লক্ষ টকাৰ বিজ্ঞাপনৰ আঁৰত এনে দৃশ্য প্ৰত্যক্ষ কৰিলে আপোনাৰ চকু কপাঁলত উঠিব । কৰবাত যদি ঘৰ হৈছে কোনোবা এটা নলা সংযোগবিহীন হৈ আছে । আন কাৰোবাৰ ঘৰত আক কেৱল শোচালয়ৰ কেৱল গা‍ঁত খান্দিয়ে দায়িত্ব সামৰিলে ঠিকাদাৰ বাহিনীয়ে ।

হিতাধিকাৰীৰ অভিযোগ মতে অৰ্ধসমাপ্ত কৰিয়ে ঠিকাদাৰবাহিনীয়ে সিংহভাগ ধনৰাশি উলিয়াবৰ বাবে শোচালয়ৰ সৈতে হিতাধিকাৰীক ফটো মাৰি নিছিল যদিও পুনৰ নিৰ্মাণ নকৰিলে ।

ইপিনে সংশ্লিষ্ট বিভাগৰ ঠিকাদাৰৰ অবৰ্তমানত উন্মুক্ত হৈ থকা শোচালয়ৰ গা‍তঁবোৰ বাৰিষা পানীৰে পৰিপূৰ্ণ হৈ পৰিয়ালৰ শিশু কিশোৰলৈ বিপদ কঢ়িয়াই অনাৰ আশংকা ত শংকিত আৰু উদ্বিগ্ন হৈ পৰিছে তুলসীবাৰীৰ দৰিদ্ৰ হিতাধিকাৰী পৰিয়ালে ।

byte.....1..2..3..beneficiary

PTC

Pradunya Bharali , Dhemaji , Assam,

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.