ETV Bharat / briefs

ঢকুৱাখনাৰ মহঘূলি চাপৰিত ফাটবিহু

ৰজাদিনীয়া ঐতিহ্য-পৰম্পৰাৰে ঢকুৱাখনাৰ মহঘূলি চাপৰিত পালন কৰা হয় ফাটবিহু, ফাটবিহুত অনুষ্ঠিত কৰা হয় টকাবিহু আৰু চেমনীয়া হুঁচৰি ।

author img

By

Published : May 10, 2019, 7:17 PM IST

Updated : May 10, 2019, 8:21 PM IST

মহঘূলি চাপৰিত পালন ফাটবিহু

ঢকুৱাখানা,১০মে' : শুকুৰবাৰৰ পৰা আৰম্ভ হয় ফাটবিহু । ৰজাদিনীয়া ঐতিহ্য-পৰম্পৰাৰে ঢকুৱাখনাৰ মহঘূলি চাপৰিত আৰম্ভ হয় ফাটবিহু । ঢোল-তাল আৰু পেপাৰ মাতেৰে মুখৰিত হৈ পৰে সমগ্ৰ মহঘূলি চাপৰি । পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হোৱা ফাটবিহুখনীত অনুষ্ঠিত কৰা হয় টকাবিহু আৰু চেমনীয়া হুঁচৰিৰ । বিহুমেলাখনত শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে অংশগ্ৰহণ কৰে ।

Intro:ঢকুৱাখনা:ৰজাদিনীয়া ঐতিহ্য-পৰম্পৰাৰে আজিৰে পৰা আৰম্ভ হল ফাটবিহু ।আজি ঢোল-তাল আৰু পেপাৰ মাতত মুখৰ হৈ পৰিছে মহঘূলি চাপৰি।পুৱা ফাটবিহু সমিতিৰ সভাপতি পতাকা উত্তোলননে আজি কাৰ্যসূচী অনুষ্ঠানিক ভাবে আৰম্ভ হয়।ইয়াৰ পিছতেই অনুষ্ঠিত হয় বিহু দল সমূহক আদৰণি জনোৱা হয়।ইফালে বিয়লি ভাগত আৰম্ভ হয় টকাবিহু আৰু চেমনীয়া হুঁচৰি।ইফালে মহঘূলি চাপৰি চিচু গছৰ তলে তলে হোৱা বিহুৱে কঁপাই তুলিছে সমগ্ৰ ঢকুৱাখনা।মিছিং,দেউৰীকে ধৰি ফাটবিহুলৈ অহা জনগোষ্ঠীয় বিহু দল সমূহৰ কৃষ্টিৰে মুখৰ হৈ পৰিছে চাৰিকৰিয়া পাৰ।Body:ঢকুৱাখনা:ৰজাদিনীয়া ঐতিহ্য-পৰম্পৰাৰে আজিৰে পৰা আৰম্ভ হল ফাটবিহু ।আজি ঢোল-তাল আৰু পেপাৰ মাতত মুখৰ হৈ পৰিছে মহঘূলি চাপৰি।পুৱা ফাটবিহু সমিতিৰ সভাপতি পতাকা উত্তোলননে আজি কাৰ্যসূচী অনুষ্ঠানিক ভাবে আৰম্ভ হয়।ইয়াৰ পিছতেই অনুষ্ঠিত হয় বিহু দল সমূহক আদৰণি জনোৱা হয়।ইফালে বিয়লি ভাগত আৰম্ভ হয় টকাবিহু আৰু চেমনীয়া হুঁচৰি।ইফালে মহঘূলি চাপৰি চিচু গছৰ তলে তলে হোৱা বিহুৱে কঁপাই তুলিছে সমগ্ৰ ঢকুৱাখনা।মিছিং,দেউৰীকে ধৰি ফাটবিহুলৈ অহা জনগোষ্ঠীয় বিহু দল সমূহৰ কৃষ্টিৰে মুখৰ হৈ পৰিছে চাৰিকৰিয়া পাৰ।Conclusion:Byte:ফাটবিহু প্ৰেমী।

দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।
Last Updated : May 10, 2019, 8:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.