ETV Bharat / briefs

দিল্লীৰ চান্দ বাগৰ হিংসাত্মক ঘটনাত জড়িত এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ - দিল্লী আৰক্ষীৰ অপৰাধ শাখা

নাগৰিকত্ব সংশোধনী আইন বাতিলক লৈ চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দিল্লীৰ চান্দ বাগত সংঘটিত হিসাংত্মক ঘটনাত জড়িত আছিল থকাৰ অভিযোগত খালিড চাইফি নামৰ লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ । অভিযুক্ত খালিড চাইফিৰ বিৰুদ্ধে ইতিমধ্যে ন্য়ায়ালয়ত দিল্লী আৰক্ষীয়ে দাখিল কৰিছে চাৰ্জশ্বীট।

delhi riots
delhi riots: police arrests man in chand bagh violence case
author img

By

Published : Jun 9, 2020, 3:39 PM IST

নিউজ ডেস্ক, ৯ জুনঃ ৰাজধানী চহৰ দিল্লীৰ চান্দ বাগত সংঘটিত হিংসাত্মক ঘটনাত জড়িত থকাৰ অভিযোগত এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। দিল্লী আৰক্ষীৰ অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰে খালিড চাইফি নামৰ লোকজনক। নাগৰিকত্ব সংশোধনী আইন বাতিলক লৈ চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত চান্দ বাগত সংঘটিত হোৱা হিসাংত্মক ঘটনাত জড়িত আছিল লোকজন।

delhi riots: police arrests man in chand bagh violence case
দিল্লী হিংসাত্মক ঘটনাঃ চান্দ বাগৰ হিংসাত্মক ঘটনাত জড়িত এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি অভিযুক্ত খালিড চাইফিৰ বিৰুদ্ধে ইতিমধ্যে ন্য়ায়ালয়ত দিল্লী আৰক্ষীয়ে দাখিল কৰিছে চাৰ্জশ্বীট। তদুপৰি নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰৰ দাবীত অব্যাহত থকা প্ৰতিবাদৰ মাজতে জানুৱাৰী মাহত চাহিন বাগত সংঘটিত হিসাংত্মক ঘটনাৰ লগতো জড়িত আছিল খালিড চাইফি।

উল্লেখ্য যে, ফ্ৰেব্ৰুৱাৰী মাহত নাগৰিকত্ব সংশোধনী আইনক লৈ উত্তৰ-পূৱ দিল্লীত সমৰ্থনকাৰী আৰু বিৰোধিতা কৰা লোকৰ মাজত সংঘটিত হৈছিল হিংসাত্মক ঘটনা। এই ঘটনাত ৫৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১০০ জনৰো অধিক লোক আহত হৈছিল।

আৰু পঢ়কঃ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.