ETV Bharat / briefs

দুৰ্নীতি নিবাৰক শাখাৰ ৰোষত কংগ্ৰেছ নেতা সুৰেশ বৰা - Etv Bharat Assam

কংগ্ৰেছ নেতা সুৰেশ বৰাৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান৷ কংগ্ৰেছৰ আমোলত জলসম্পদ বিভাগত কোটিটকীয়া ঠিকা লাভ কৰিছিল সুৰেশ বৰাই৷

গাঁৱত কংগ্ৰেছ নেতা সুৰেশ বৰাৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান
author img

By

Published : Jun 29, 2019, 5:34 PM IST

Updated : Jun 29, 2019, 10:54 PM IST

নগাঁও, 29 জুন: কংগ্ৰেছ নেতা সুৰেশ বৰাৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান৷ কংগ্ৰেছৰ আমোলত জলসম্পদ বিভাগত কোটিটকীয়া ঠিকা লাভ কৰিছিল সুৰেশ বৰাই৷ সুৰেশ বৰাৰ মালিকাধীন অংকুৰ এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানটোৰ কোটিটকীয়া কেলেংকাৰীৰ বিৰুদ্ধে ইতিমধ্যেই দুৰ্নীতি নিবাৰক শাখাই তদন্ত আৰম্ভ কৰিছে৷

গাঁৱত কংগ্ৰেছ নেতা সুৰেশ বৰাৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান

দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে শনিবাৰে জলসম্পদ বিভাগৰ নগাওঁ সংমণ্ডলত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত৷ বন বিভাগৰ ভুৱা চালান আৰু বহু ভুৱা নথি পত্ৰৰে ঠিকা লাভ কৰাৰ অভিযোগ উত্থাপন হৈছিল কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে৷ নগাঁৱৰ এগৰাকী আৰ টি আই কৰ্মীয়ে এই সমগ্ৰ ঘটনাটো পোঁহৰলৈ আনিছে৷

Intro:কংগ্ৰেছ নেতা সুৰেশ বৰাৰ দুৰ্নীতিৰ তদন্ত কৰিবলৈ নগাঁৱত দুৰ্নীতি নিবাৰক শাখাৰ দল।কংগ্ৰেছৰ আমোলত নগাওঁ জলসম্পদত কোটি টকীয়া ঠিকা লাভ কৰিছিল সুৰেশ বৰাই।

Body:কংগ্ৰেছৰ আমোলত নগাওঁ জলসম্পদ বিভাগত কোটি কোটি টকাৰ ঠিকা লাভ কৰা সুৰেশ বৰা মালিকাধীন অংকুৰ এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ইতিমধ্যেই দুৰ্নীতি নিবাৰক শাখাই আৰম্ভ কৰিছে তদন্ত। দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে শনিবাৰে জলসম্পদ বিভাগৰ নগাওঁ সংমণ্ডলত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত। বন বিভাগৰ ভুৱা চালান আৰু বহু ভুৱা নথি পত্ৰৰে ঠিকা লাভ কৰাৰ অভিযোগ উত্থাপন হৈছিল। দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে নগাঁৱৰ বন বিভাগতো আৰম্ভ কৰিছে তদন্ত। নগাঁৱৰ এগৰাকী আৰ টি আই কৰ্মীয়ে পোহৰলৈ আনিছে সমগ্ৰ দুৰ্নীতিৰ তথ্য।
bite, গাননিক নগাওঁ জলসম্পদ।
---------;--;----------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৯-৬-১৯

Conclusion:
Last Updated : Jun 29, 2019, 10:54 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.