ETV Bharat / briefs

ডাংতল প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষকৰ অৱসৰ - Chirang teacher retired etv bharat news

চিৰাঙৰ ডাংতল প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষকৰ অৱসৰ গ্ৰহণ ৷ ১৯৭৮ চনৰ পৰা শিক্ষকতা কৰা শিক্ষকগৰাকীৰ অৱসৰৰ বাবে বিদ‍্যালয়ত সৃষ্টি শোকাকুল পৰিৱেশ ৷

ডাংতল প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষকৰ অৱসৰ
author img

By

Published : Feb 1, 2021, 10:09 PM IST

চিৰাং,১ ফেব্ৰুৱাৰী: চিৰাং জিলাৰ ডাংতল প্ৰাথমিক বিদ‍্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষক জয়নাল আব্দিনে সোমবাৰে অৱসৰ গ্ৰহণ কৰে ৷ শিক্ষকগৰাকীয়ে গাঁঠিৰ ধনেৰে বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল । পৰৱৰ্তী সময়ত অৰ্থাৎ ১৯৮৩ চনৰ ১ অক্টোবৰত বিদ্যালয়খন প্ৰাদেশীকৰণ হয় ।

Chirang teacher retired etv bharat news
ডাংতল প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষকৰ অৱসৰ

আব্দিনে প্ৰথমাৱস্থাৰ পৰাই বিদ্যালয়খনত প্ৰধান শিক্ষক হিচাপে কাম কৰি আছিল । উল্লেখ্য যে, ৩০ জানুৱাৰীত একেখন বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে শিক্ষকগৰাকীয়ে ৷

সোমবাৰে সেই উপলক্ষে বিদ‍্যালয়খনত এক বিদায় সভা অনুষ্ঠিত কৰা হয় । এক শোকাকুল পৰিৱেশৰ মাজেৰে ডাংতল প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতি, বিদ্যালয়ৰ শিক্ষকসকল আৰু স্থানীয় ৰাইজে বিদায় সভাখনৰ আয়োজন কৰে ।

লগতে পঢ়ক : অৰুণাচলৰ ৰেহ উৎসৱত গোৰ্খা ৰেজিমেন্টৰ প্ৰখ্যাত খুকৰী নৃত্য

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.