ETV Bharat / briefs

ছত্তিশগড়ত এগৰাকী ৮ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ - ছত্তিশগড়ৰ বেমেট্ৰা জিলা

ছত্তিশগড়ৰ বেমেট্ৰা জিলাত দলবদ্ধ ধৰ্ষণৰ বলি এগৰাকী ৮ বছৰীয়া কিশোৰী। এই ঘটনাত জড়িত অভিযুক্তক শীঘ্ৰে কৰায়ত্ব কৰাৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ।

 Chhattishgarh
8 year old girl gang raped in Chhattishgarh
author img

By

Published : Jun 3, 2020, 7:58 PM IST

নিউজ ডেস্ক, ৩ জুনঃ ছত্তিশগড়ৰ বেমেট্ৰা জিলাত সংঘটিত হয় মৰ্মান্তিত ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত এগৰাকী ৮ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পেলাই থৈ যায় দুৰ্বৃত্তই। বুধবাৰে সংঘটিত হয় এই ঘটনা।

8 year old girl gang raped in Chhattishgarh
ছত্তিশগড়ত এগৰাকী ৮ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ

এই ঘটনাত গুৰুতৰভাৱে আহত কিশোৰীগৰাকীক স্থানীয় লোকে উদ্ধাৰ কৰি বেমেট্ৰা জিলা সদৰ হাস্পতালত ভৰ্তি কৰায়। লগতে,স্থানীয় লোকে কিশোৰীগৰাকীক এই অৱস্থাত প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। এই ঘটনাৰ খবৰ লাভ কৰি বেমেট্ৰাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণৰ বলি হৈছে নে নাই এই সন্দৰ্ভত স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে জানিব পৰা যাব বুলি অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে।

ইফালে,এই ঘটনা সন্দৰ্ভত ছত্তিশগড়ৰ গৃহমন্ত্ৰী তাম্ৰধ্বজ চাহুৱে ফোনযোগে বেমেট্ৰাৰ আৰক্ষী অধীক্ষকৰ সৈতে আলোচনা কৰে। লগতে,এই ঘটনাত জড়িত অভিযুক্তসকলক শীঘ্ৰে কৰায়ত্ব কৰাৰ নিৰ্দেশ প্ৰদান কৰে ।

লগতে চাওকঃ নাওবৈচাত বিজেপিৰ গছপুলি বিতৰণ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.