জাগুন,১৮মে' : শনিবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হয় বুদ্ধ পূৰ্ণিমা । তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ জাগুন কথাচেমা গাওঁতো বুদ্ধ জয়ন্তী পালন কৰা হয় । জাগুন কথাচেমাবাসী ৰাইজৰ প্ৰচেষ্টাত ২০১১ চনত নিৰ্মাণ কৰা কথাচেমা তালুং টামি বৌদ্ধ মন্দিৰত পালন কৰা এই বৌদ্ধ জয়ন্তী অনুষ্ঠানত উপস্থিত থাকে ছিকিমৰ পৰা অহা বৌদ্ধ ধৰ্ম গুৰু চাংগে লামাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ ধৰ্মগুৰু আৰু বৌদ্ধ ধৰ্মাৱলম্বী ৰাইজ ৷
জাগুনত পালন বুদ্ধ পূৰ্ণিমা - বুদ্ধ জয়ন্তী
এই বৌদ্ধ জয়ন্তী অনুষ্ঠানত উপস্থিত থাকে ছিকিমৰ পৰা অহা বৌদ্ধ ধৰ্ম গুৰু চাংগে লামাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ ধৰ্মগুৰু আৰু বৌদ্ধ ধৰ্মাৱলম্বী ৰাইজ ৷
জাগুনত পালন বুদ্ধ পূৰ্ণিমা
জাগুন,১৮মে' : শনিবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হয় বুদ্ধ পূৰ্ণিমা । তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ জাগুন কথাচেমা গাওঁতো বুদ্ধ জয়ন্তী পালন কৰা হয় । জাগুন কথাচেমাবাসী ৰাইজৰ প্ৰচেষ্টাত ২০১১ চনত নিৰ্মাণ কৰা কথাচেমা তালুং টামি বৌদ্ধ মন্দিৰত পালন কৰা এই বৌদ্ধ জয়ন্তী অনুষ্ঠানত উপস্থিত থাকে ছিকিমৰ পৰা অহা বৌদ্ধ ধৰ্ম গুৰু চাংগে লামাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ ধৰ্মগুৰু আৰু বৌদ্ধ ধৰ্মাৱলম্বী ৰাইজ ৷
Intro:শনিবাৰে তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল জাগুন কথাচেমা গাওঁত তিনিচুকীয়া জিলা ভিত্তিক ২৫৬৪ তম বৌদ্ধ জয়ন্তী পালন কৰা হয় ।Body:Date: 18-05-2019
Sluge: জাগুন কথা চেমাত ২৫৬৪ তম বৌদ্ধ জয়ন্তী পালন
V/O: আজি বৌদ্ধ পূৰ্ণিমা, বিশ্বৰ শান্তিৰ প্রতীক ভগৱান বৌদ্ধই আজিৰ এই পবিত্র দিনটোতেই জন্ম গ্ৰহণ কৰিছিল বাবে আজিৰ দিনটোক বৌদ্ধ পূৰ্ণিমা বুলি কোৱা হয় । শনিবাৰে সমগ্ৰ দেশৰ লগতে অসমৰ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল জাগুন কথাচেমা গাওঁত তিনিচুকীয়া জিলা ভিত্তিক ২৫৬৪ তম বৌদ্ধ জয়ন্তী পালন কৰা হয় । জাগুন কথাচেমাবাসী ৰাইজৰ প্ৰচেষ্ঠাত ২০১১ চনত নিৰ্মাণ কৰা কথাচেমা তালুং টামি বৌদ্ধ মন্দিৰৰ প্ৰাংগণত পালন কৰা এই বৌদ্ধ জয়ন্তী অনুষ্ঠানত উপস্থিত থাকে সুদূৰ চিকিমৰ পৰা অহা বৌদ্ধ ধৰ্মৰ গুৰু চাংগে লামাৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা ধৰ্ম গুৰুসকলৰ ওপৰিও বহু সংখ্যক ধর্ম প্ৰাণ ৰাইজ ।
Byte: উদ্যোগতা
#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসমConclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম