ETV Bharat / briefs

বিশ্বনাথত গ্ৰীন আচিয়ানা ৱেলফাৰ চ'চাইটিৰ উদ্যোগত বৃক্ষৰোপণ

বিশ্বনাথত গ্ৰীন আচিয়ানা ৱেলফাৰ চ'চাইটিৰ সৌজ্যনত বৃক্ষৰোপণ কাৰ্যসূচীৰ অনুষ্ঠিত হয়, কাৰ্যসূচীৰ জৰিয়তে ১০০০ গছপুলি ৰোপণ কৰা হয়

বিশ্বনাথত গ্ৰীণ আছিয়ানা পৰিয়ালৰ বৃক্ষৰোপণ
author img

By

Published : May 11, 2019, 10:10 PM IST

বিশ্বনাথ,১১মে' : শনিবাৰে গ্ৰীণ আছিয়ানা পৰিয়ালে বিশ্বনাথত গ্ৰহণ কৰে এক ব্যতিক্ৰমী কাৰ্যসূচিৰ । গ্ৰীন আচিয়ানা ৱেলফাৰ চ'চাইটিৰ সৌজ্যনত বিশ্বনাথত আয়োজন কৰা হয় এক বৃক্ষৰোপন কাৰ্যসূচীৰ । বিশ্বনাথ চাৰিআলি পৰা বিশ্বনাথ ঘাটলৈ যোৱা পথত বৃক্ষৰোপনৰ জৰিয়তে ৰোপণ কৰা হয় প্ৰায় ১০০০ গছপুলি ।

বিশ্বনাথত গ্ৰীণ আছিয়ানা পৰিয়ালৰ বৃক্ষৰোপণ

উল্লেখ যে, বিশ্বনাথত পথ নিৰ্মাণৰ বাবে পথটোৰ দাঁতিত থকা বহু পৰিমাণৰ গছ কটা হৈছিল । যাৰ বাবে অঞ্চলবাসীয়ে সামাজিক দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি পথটোত ৰোপণ কৰা হয় বহু গছপুলি । এই শুভ মুহুৰ্তত উপস্থিত থাকে বিশ্বনাথৰ জিলা উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডৰ লগতে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ বন সংমণ্ডল প্ৰাধিকাৰী লগতে বিশ্বনাথৰ বিশিষ্ট সমাজকৰ্মী অকন শইকীয়া আৰু বহু কেইজনবাজনো বিশিষ্ট ব্যক্তি । গ্ৰীণ আছিয়ানা পৰিয়ালৰ এই পদক্ষেপক শলাগ জনায় বিশ্বনাথ ৰাইজে ।

slug_as_bsw_green_assiyana_plantaion_11m_vis_1_byte_scr_ph_as10018

গ্ৰীন আচিয়ানা ৱেলফাৰ চ'চাইটিৰ সৌজন্যত বৃক্ষৰোপন বিশ্বনাথ চহৰ পৰা বিশ্বনাথ ঘাটলৈ 

বিশ্বনাথ চাৰিআলি পৰা বিশ্বনাথ ঘাটলৈ যোৱা পথত আজি ব্যতিক্ৰমী কাৰ্যসুচি গ্ৰহণ কৰে গ্ৰীণ আছিয়ানা পৰিয়ালে | উল্লেখ যে উক্ত পথছোৱাত বিগত সময়ত পথটো পুনৰ নিৰ্মাণ কৰাৰ বাবে পথৰ দাঁতিত থকা বহু পৰিমাণৰ গছ কাটিবলৈ হৈছিল যাৰ ফলত আজি সামাজিক দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি আজি এই ব্যতিক্ৰমী কাৰ্যসুচি গ্ৰহণ কৰে গ্ৰীন আচিয়ানা ৱেলফাৰ চ'চাইটিয়ে | এই শুভ মুহুৰ্তত উপস্থিত থাকে বিশ্বনাথৰ জিলা উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ড,  বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ বন সংমণ্ডল প্ৰাধিকাৰী লগতে বিশ্বনাথৰ বিশিষ্ট সমাজকৰ্মী অকন শইকীয়া আৰু বহু কেইজনবাজনো  বিশিষ্ট ব্যক্তি | তেওঁ লোকৰ এই প্ৰচেষ্টাক যথেষ্ট সঁহাৰি জনাইছে বিশ্বনাথৰ ৰাইজে ।
লগতে এই পদক্ষেপ লোৱা বাবে বিশ্বনাথ ৰাইজে ধন্যবাদ জনাইছে চ'চাইটিক । 

বিশ্বনাথৰ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ভিডিঅ FTP জৰিয়তে প্ৰেৰণ কৰা হৈছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.