ETV Bharat / briefs

বিশেষ শ্ৰমিক ৰেলত সন্তান প্ৰসৱ মহিলাৰ

author img

By

Published : Jun 5, 2020, 2:20 PM IST

বিশেষ শ্ৰমিক ৰেলত সন্তান প্ৰসৱ কৰিলে এগৰাকী মহিলাই । এইপৰ্যন্ত ৰেলত জন্ম লাভ কৰিলে মুঠ ৩৭ টা শিশুৱে ।

বিশেষ শ্ৰমিক ৰেলত সন্তান প্ৰসৱ মহিলাৰ
baby born onboard shramik special train

নিউজ, ডেস্ক, ৫ জুনঃ ওড়িষাৰ টিতলাগড়ত চলন্ত ৰেলত সন্তান প্ৰসৱ কৰিলে এগৰাকী মহিলাই । বিশেষ শ্ৰমিক ৰেলেৰে তেলেংগানাৰ পৰা বালানগিৰলৈ গৈ থকা অৱস্থাত শুকুৰবাৰে সন্তান প্ৰসৱ কৰে ১৯ বছৰীয়া মীনা সুম্ভকাৰ নামৰ মহিলাগৰাকীয়ে ।

baby born onboard shramik special train
বিশেষ শ্ৰমিক ৰেলত সন্তান প্ৰসৱ মহিলাৰ

ইয়াৰ পাছতে মাতৃ আৰু সন্তান দুয়োকে হাস্পতালত ভৰ্তি কৰোৱা হয় । চিকিৎসকে উল্লেখ কৰা অনুসৰি বৰ্তমান সুস্থ অৱস্থাত আছে মাতৃ আৰু শিশু দুয়ো ।

উল্লেখ্য যে, ইষ্ট ক'ষ্ট ৰেলৱেৰ বিশেষ শ্ৰমিক ৰেলত সন্তান জন্ম হোৱা এয়া তৃতীয়টো ঘটনা । আনহাতে, বৰ্তমানলৈকে বিশেষ শ্ৰমিক ৰেলত জন্ম লাভ কৰিছে মুঠ ৩৭ টা শিশুয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.