ETV Bharat / briefs

আন্ধেৰীঘাটৰ কৃতী ছাত্ৰ নিলোৎপলক কল্যাণী সমবায় সমিতিৰ আৰ্থিক সাহাৰ্য - Etv bharat

আন্ধেৰীঘাটৰ কৃতী ছাত্ৰ নিলোৎপলক শিক্ষা গ্ৰহণৰ বাবে কল্যাণী সমবায় সমিতিৰ আৰ্থিক সাহাৰ্য প্ৰদান

আন্ধেৰীঘাটৰ কৃতি ছাত্ৰ নিলোৎপলক শিক্ষা গ্ৰহণৰ বাবে কল্যাণী সমবায় সমিতিৰ আৰ্থিক সাহাৰ্য প্ৰদান
author img

By

Published : Jun 8, 2019, 7:27 AM IST

ওদালগুৰি, 8 জুন : দৰিদ্ৰতাক নেওচি চমকপ্ৰদ ফলাফল দেখুৱালে ওদালগুৰিৰ এজন ছাত্ৰ নিলোৎপল চহৰীয়াই ৷ ওদালগুৰি জিলাৰ সাৰেং গাঁওৰ বাসিন্দা নিলোৎপল চহৰীয়া ৷ চৰম দৰিদ্ৰতাৰ মাজতো অত্যন্ত পৰিশ্ৰম কৰি সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ কলা শাখাত বিষ্ণুজ্যোতি মহাবিদ্যালয়ৰ পৰা ৮৬ শতাংশ নম্বৰ লাভ কৰি মেধাৰ পৰিচয় দাঙি ধৰে ওদালগুৰিৰ এইজন ছাত্ৰই ৷

আন্ধেৰীঘাটৰ কৃতি ছাত্ৰ নিলোৎপলক শিক্ষা গ্ৰহণৰ বাবে কল্যাণী সমবায় সমিতিৰ আৰ্থিক সাহাৰ্য প্ৰদান

আজি কল্যাণী সমবায় সমিতিৰ তৰফৰ পৰা ছাত্ৰ জনক ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা হয় ৷ লগতে উচ্চ শিক্ষাৰ বাবে ছাত্ৰজনক সমিতিখনৰ ফালৰ পৰা আৰ্থিক সাহাৰ্যও প্ৰদান কৰা হয় ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰী ৰমেন চহৰীয়াই উদ্বোধন কৰা অনুষ্ঠানখনি আঁত ধৰে ৰিংকুমণি নাথে ৷

Intro:

Anchor ---আন্ধেৰীঘাটৰ কৃতি ছাত্ৰ নিলোৎপলক শিক্ষা গ্ৰহনৰ বাবে কল্যাণী সমবায় সমিতিৰ আৰ্থিক সাহাৰ্য প্ৰদান

V/O ---চৰম দৰিদ্ৰতাৰ মাজতো অত্যন্ত পৰিশ্ৰম কৰি সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ কলা শাখাত বিষ্ণুজ্যোতি মহাবিদ্যালয়ৰ পৰা ৮৬ শতাংশ নম্বৰ লাভ কৰি মেধাৰ পৰিচয় দাঙি ধৰা ওদালগুৰি জিলাৰ সাৰেং গাঁওৰ নিলোৎপল চহৰীয়াক আজি ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱাৰ উপৰিও কল্যাণী সমবায় সমিতিৰ তৰফৰ পৰা ছাত্ৰ জনক শিক্ষা গ্ৰহনৰ বাবে আৰ্থিক সাহায্য আগবঢ়াই। সমাজ কৰ্মী মণ্টু চহৰীয়াৰ সভাপতিত্বত কাহিতলীত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত প্ৰভাত নাথ, পুলিন বেজবৰুৱা, গোপী কুমাৰ, হেমন্ত চহৰীয়া, ৰমেশ চহৰীয়া, নামঘৰীয়া ডিম্বেশ্বৰ চহৰীয়াকে প্ৰমুখ্যে কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য ৰাখে।
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰী ৰমেন চহৰীয়াই উদ্বোধন কৰা অনুষ্ঠানখনি আঁত ধৰে ৰিংকুমণি নাথে।

Byte - উদ্যোগতা Body:

Byte - উদ্যোগতা ৷

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.