ETV Bharat / briefs

বৰপেটাৰ জনীয়াত পানীত পৰি মৃত্যু ৫ বছৰীয়া শিশু কন্যাৰ

author img

By

Published : Jun 4, 2020, 10:03 PM IST

বৰপেটাৰ জনীয়াৰ ভাতকুছি গাঁৱত খাৱৈৰ পানীত পৰি মৃত্যু হয় মনিয়াৰা খাতুন নামৰ এটি শিশু কন্যাৰ। অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ ।

বৰপেটাৰ জনীয়াত পানীত পৰি মৃত্যু ৫ বছৰীয়া শিশু কন্যাৰ
বৰপেটাৰ জনীয়াত পানীত পৰি মৃত্যু ৫ বছৰীয়া শিশু কন্যাৰ

বৰপেটা, ৪ জুন: বৰপেটাৰ জনীয়াৰ ৪ নং ভাতকুছি গাঁৱত বৃহস্পতিবাৰে সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা ৷ ঘৰৰ সন্মুখৰ খাৱৈৰ পানীত পৰি সলিল সমাধি ঘটে মনিয়াৰা খাতুন নামৰ এটি শিশু কন্যাৰ ৷

জনীয়াৰ ৪নং ভাতকুছি গাঁৱৰ মহিবুল খানৰ ৫ বছৰীয়া কন্যা মনিয়াৰাই ঘৰৰ সন্মুখৰ খাৱৈত গা ধুবলৈ গৈ নিখোজ হৈ পৰে ৷ পৰিয়ালৰ লোকে বিচৰাত শিশুটিৰ মৃতদেহটো খাৱৈৰ পৰা উদ্ধাৰ কৰে ৷ ঘটনাটোক লৈ অঞ্চলজুৰি পৰিছে গভীৰ শোকৰ ছাঁ ৷

লগতে পঢ়ক: লক ডাউনৰ প্ৰভাৱঃ জীৱিকাৰ বিকল্প পথ বাচি ললে এজন সাংবাদিকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.