ETV Bharat / briefs

উলংগ নৃত্য কাণ্ডঃ দুই অভিযুক্তক গ্ৰেপ্তাৰ

author img

By

Published : Jun 9, 2019, 1:36 PM IST

অনুষ্ঠান আৰম্ভ হোৱাৰ পিচতে নগ্ন নৃত্য কৰিবলৈ নৃত্য শিল্পীৰ দলটোক একাংশ দৰ্শকে হেঁচা প্ৰদান কৰে ৷ কাপোৰ পৰ্যন্ত খুলি দিবলৈ উদ্যত হয় একাংশই ৷ নগ্ন নৃত্য প্ৰদৰ্শন নকৰিলে মৃত্যুৰ ভাবুকিও দিছিলে একাংশ উদণ্ড লোকে ৷

নৃত্য শিল্পী দলৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱা দুই অভিযুক্ত ছয়গাও আৰক্ষীৰ জালত

দক্ষিণ কামৰূপ , 9 জুন: পৱিত্ৰ ঈদৰ নামত অনুষ্ঠিত এক সাংস্কৃতিক অনুষ্ঠান ৷ টিকট কাটি অনুষ্ঠান উপভোগ কৰিবলৈ উপস্থিত হৈছে অসংখ্য দৰ্শক ৷ কিন্তু দৰ্শকক লাগে উলংগ-অশ্লীল নৃত্য ৷ সভ্য সমাজক লজ্জানত কৰি নৃত্য শিল্পীক উলংগ-অশ্লীল নৃত্য প্ৰদৰ্শন কৰিবলৈ ভয়-ভাবুকি প্ৰদান কৰা দুটা অভিযুক্ত ছয়গাঁও আৰক্ষীৰ জালত পৰিছে ৷ আটকাধীন অভিযুক্ত দুটাৰ নাম চাহৰুখ খান আৰু চুভাহান খান ৷

উল্লেখ্য যে আচলপাৰা সোমবৰীয়া বজাৰত ঈদ উপলক্ষে পতা হৈছিল নৃত্যানুষ্ঠান ৷ বকোৰ ৰে'ইনব', আৰু শাখাতিৰ এম. কে. ডেঞ্চ গ্ৰুপক নিমন্ত্ৰণ জনাইছিল এই অনুষ্ঠানত ৷ কিন্তু আয়োজক সমিতিয়ে কোচবিহাৰৰ পৰা নৃত্য দলটি অনা বুলি 50 ৰ পৰা 100 টকালৈকে টিকট বিক্ৰী কৰিছিল ৷ অনুষ্ঠান আৰম্ভ হোৱাৰ পিচতে নগ্ন নৃত্য কৰিবলৈ নৃত্য শিল্পীৰ দলটোক একাংশ দৰ্শকে হেঁচা প্ৰদান কৰে ৷ কাপোৰ পৰ্যন্ত খুলি দিবলৈ উদ্যত হয় একাংশই ৷ নগ্ন নৃত্য প্ৰদৰ্শন নকৰিলে মৃত্যুৰ ভাবুকিও দিছিলে একাংশ উদণ্ড লোকে ৷

শতাধিক দৰ্শকৰ অধিকাংশই উশৃংখলতাৰে ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰিছিল ৷ ঘটনাস্থলীৰ পৰা নৃত্য শিল্পীৰ দলটোৱে পলায়ন কৰি কোনোমতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছিল ৷ বৰ্তমান আৰক্ষীয়ে অভিযুক্ত দুটাক আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷ অৱশ্যে অশ্লীল নৃত্য প্ৰদৰ্শন কৰিবলৈ ভয়-ভাবুকি প্ৰদান কৰা আন লোকসকলৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়াও হৈ পৰিছে লক্ষণীয় ৷

Slug:-As_kam_9june_chaygaon_incident_arrested_801-802_vis+photo_as10020

ছয়গাওৰ গৰৈমাৰীৰ আছলপাৰাত নৃত্য শিল্পী দলৰ ওপৰত অকথ্য নিৰ্যাতম চলোৱা দুই অভিযুক্ত ছয়গাও আৰক্ষীৰ জালত ।

Vo..অসমবাসীক লজ্জ্বানত কৰা দক্ষিণ কামৰূপৰ ছয়গাৱৰ গৰৈমাৰী আছলপাৰাত নৃত্য শিল্পী দলৰ ওপৰত  অকথ্য নিৰ্যাতন চলাই উলংগ নৃত্য প্ৰদৰ্শন কৰিবলৈ হেচা প্ৰদান কৰা দুই অভিযুক্ত চাহৰুখ খান আৰু চুভাহান খান ছয়গাও আৰক্ষীৰ জালত । ঈদ উপলক্ষে টিকট চ' পাতিছিল আচলপাৰা সোমবৰীয়া বজাৰত । নিশা নৃত্যানুস্থান আৰম্ভ হোৱাৰ পিছতে নগ্ন নৃত্য কৰিবলৈ নৃত্য শিল্পীৰ দলটোক হেচা প্ৰদান টিকট কাটি ভিতৰত সোমোৱা একাংশ দৰ্শকে । বকোৰ ৰে'ইনব', আৰু শাখাতিৰ এম. কে. ডেঞ্চ গ্ৰুপক নিমন্ত্ৰণ জনাইছিল আচলপাৰা সোমবৰীয়া বজাৰ একাংশ আয়োজনক সমিতিয়ে। যুৱতী নৃত্য শিল্পীৰ দলটো নিৰ্যাতন কৰে দৰ্শকে। কাপোৰ পৰ্যন্ত খুলি দিবলৈ উদ্যত হয় একাংশই । নগ্ন নৃত্য প্ৰদৰ্শন নকৰিলে মৃত্যুৰ ভাবুকিও দিছিল। ৭/৮ শ দৰ্শকৰ অধিকাংশই উচ্ছৃংখল পৰিস্থিতিৰ সৃষ্টি কৰি এক ভয়ংকৰ ৰূপৰ সৃষ্টি কৰিছিল । টিঙৰ বেৰ কাটি দৌৰি দৌৰি ঘটনাস্থলীৰ পৰা পলায়ন নৃত্য শিল্পীৰ দলটোৱে পলায়ন কৰি কোনোমতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছিল । নৃত্য শিল্পীৰ দল দুটাক চুক্তিৰ মাননী পৰ্যন্ত আদায় দিয়া নাই আয়োজক সমিতিয়ে। আয়োজক সমিতিয়ে কোচবিহাৰৰ পৰা নৃত্য দলটি অনা বুলি টিকট বিক্ৰী কৰিছিল ১০০ পৰা ৫০ টকালৈকে । এতিয়া এই দুই অভিযুক্তৰ ছয়গাও আৰক্ষীয়ে জেৰা চলাই আছে ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.