ETV Bharat / briefs

আফগানিস্তানত দুটা পৃথক সংঘৰ্ষত ১৮ লোকৰ মৃত্যু - আব্দুল ৱলী এখলাছ

আফগানিস্তানৰ পূৱ খোষ্ট এলেকাত অচিনাক্ত অস্ত্ৰধাৰী কেইজনমানে আলী শেৰ জিলাৰ প্ৰায় ৮ জন লোকক হত্যা কৰে । ইয়াৰ লগতে শুকুৰবাৰে মাজ নিশা তালিবান বিদ্ৰোহীসকলে আৰক্ষী থানা আক্ৰমণ কৰি ১০ জন আৰক্ষীক হত্যা কৰে ।

আফগানিস্তানত দুটা পৃথক সংঘৰ্ষত ১৮ লোকৰ মৃত্যু

author img

By

Published : Jun 13, 2020, 8:34 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ জুন: আফগানিস্তানত শুকুৰবাৰে দুটা পৃথক পৃথক সংঘৰ্ষৰ ফলত কমেও ১৮ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । ফখৰুদ্দিনৰ পশ্চিমীয়া ঘোৰত এগৰাকী স্থানীয় আৰক্ষী বিষয়াই কয় যে,শুকুৰবাৰে মাজ নিশা তালিবান বিদ্ৰোহীসকলে আৰক্ষী থানা আক্ৰমণ কৰি ১০ জন আৰক্ষীক হত্যা কৰে ।

ইয়াৰোপৰি এজন আৰক্ষী আঘাতপ্ৰাপ্ত হয় আৰু আন এজনে আক্ৰমণৰ পিছতেই পাছবন্দ জিলাৰ গাঁৱৰ পৰা অন্তৰ্ধান হৈ আছে । আৰক্ষী বিষয়াগৰাকীয়ে এই আক্ৰমণৰ বাবে তালিবানসকলক দোষী সাব্যস্ত কৰে ।

আফগানিস্তানত দুটা পৃথক সংঘৰ্ষত ১৮ লোকৰ মৃত্যু
আফগানিস্তানত দুটা পৃথক সংঘৰ্ষত ১৮ লোকৰ মৃত্যু

ইয়াৰ মাজতে পূৱ খোষ্ট এলেকাত অচিনাক্ত অস্ত্ৰধাৰী কেইজনমানে আলী শেৰ জিলাৰ প্ৰায় ৮ জন লোকক হত্যা কৰে আৰু প্ৰাক্তন চৰ্দাৰক লক্ষ্য কৰে । আক্ৰমণৰ লক্ষ্য হিচাপে নিহত হোৱা আব্দুল ৱলী এখলাছ নামৰ লোকজন আছিল,যিজন লোকে বিগত বছৰত সংসদীয় নিৰ্বাচনত এখন আসন পোৱা নাছিল । প্ৰান্তীয় আৰক্ষীৰ মুখ্য প্ৰবক্তা এডেল হাইদৰে সদৰী কৰে এই কথা ।

লগতে পঢ়ক: অ'এনজিচিৰ অসম সম্পদে বিপদ মাতিছে শিৱসাগৰলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.