ETV Bharat / breaking-news

অসম বিশ্ববিদ্যালয়ত গৱেষক ছাত্ৰৰ অনিৰ্দিষ্টকাললৈ অৱৰোধ কাৰ্যসূচী - অসম বিশ্ববিদ্যালয়

etv bharat
author img

By

Published : Mar 6, 2019, 9:43 AM IST

Updated : Mar 6, 2019, 10:00 AM IST

2019-03-06 09:02:20

গৱেষণা জলপানি নোপোৱাৰ ক্ষোভত বুধবাৰে অনিৰ্দিষ্টকাললৈ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে বিশ্ববিদ্যালয়খনৰ গৱেষক ছাত্ৰই।

assam university

শিলচৰ, ৬ মাৰ্চ : অসম বিশ্ববিদ্যালয়ত গৱেষক ছাত্ৰৰ প্ৰতিবাদ। ২০১৭ চনৰ পৰা বিশ্ববিদ্যালয়খনত গৱেষণা জলপানি নোপোৱাৰ ক্ষোভত বুধবাৰে অনিৰ্দিষ্টকাললৈ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে বিশ্ববিদ্যালয়খনৰ গৱেষক ছাত্ৰই। 

বুধবাৰে ৰাতিপুৱাই বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক কক্ষৰ সন্মুখত অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে ক্ষোভিত গৱেষক ছাত্ৰ-ছাত্ৰীসকলে। তেওঁলোকৰ অভিযোগ অনুসৰি, দীৰ্ঘদিন পূৰ্বেই গৱেষণা জলপানি মোকলাই দিয়াৰ প্ৰতিশ্ৰুতি পালন কৰিছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। কিন্তু আজিকোপতি প্ৰতিশ্ৰুতি পালনত ফলপ্ৰসূ নহ'ল বিশ্ববিদ্যালয়খন । তেওঁলোকৰ দাবী পূৰণ নহলে অনিৰ্দিষ্ট কাললৈ অৱৰোধ কাৰ্যসূচী অব্যাহত ৰাখিব বুলিও বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰে ছাত্ৰ-ছাত্ৰীসকলে।

আসাম বিশ্ববিদ্যালয়ৰ গবেষক সকলে আজিৰ পৰা অনিৰ্দিষ্টকালৰ বাবে অবৰোধ আন্দোলন আরম্ভ কৰিছে ...তেও লোকে বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক কক্ষৰ সন্মুখত অবৰোধ সৃস্টি কৰি বিক্ষোভ কৰি আছে...নিজৰ আন্দোলনৰ দাবি লৈ তেও কয় যোৱা ২০১৭ সনৰ পৰা বিশ্ববিদ্যালত গবেষনা কৰি থকা স্কলাৰ সকলৰ পইচা দিয়া নাই...বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ কেইবাৰ প্ৰতিশ্ৰুতি প্ৰদা  কৰিলেও পইচা মুকলি কৰা নাই....তেও লগতে কয় বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীন সড়ক   নিৰ্মান সম্পূৰ্ন নহওতে বিল প্ৰদান কৰি দিয়া হৈছে....তেও কয়, তেওলোকৰ দাবি পূৰন নহলে অবৰোধ চলি থাকিব...অবৰোধৰ বাবে বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক কাম বিপৰ্যস্থ হৈ পৰিছে....বাইট
Footage FTP 
Slug Assam university 01
Last Updated : Mar 6, 2019, 10:00 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.