ETV Bharat / state

কাইলৈৰ পৰা উজনি অসমত খোল খাব কেবাটাও বেংকৰ শাখা

BANK WILL BE OPEN FROM TOMORROW
কাইলৈৰ পৰা উজনি অসমত খোল খাব কেবাটাও বেংকৰ শাখা
author img

By

Published : Dec 14, 2019, 4:59 PM IST

Updated : Dec 14, 2019, 6:33 PM IST

16:56 December 14

ৰাজ্য চৰকাৰৰ নিৰ্দেশমৰ্মে ১৫ ডিচেম্বৰৰ পৰা খুলিব বেংক

  • উজনি অসমৰ ৰাইজৰ বাবে ভাল খবৰ 
  • কাইলৈৰ পৰা খোল খাব কেবাটাও বেংকৰ শাখা 
  • ৰাজ্য চৰকাৰৰ নিৰ্দেশমৰ্মে কাইলৈ অৰ্থাৎ ১৫ ডিচেম্বৰত কেবাটাও বেংক খুলিব
  • "ভাৰতীয় ষ্টেট বেংক"ৰ ডিব্ৰুগড়, নাহৰকটীয়া, দুলীয়াজান,
  • নামৰূপ,মৰাণ আৰু "ইউ বি আই"ৰ ডিব্ৰুগড় আৰু দুলীয়াজান শাখাকেইটা খোলা থাকিব

Intro:Body:

ৰাজ্য চৰকাৰৰ নিৰ্দেশমৰ্মে কাইলৈ ১৫ ডিচেম্বৰত "ভাৰতীয় ষ্টেট বেংক"ৰ ডিব্ৰুগড়, নাহৰকটীয়া, দুলীয়াজান, নামৰূপ, মৰাণ আৰু "ইউ বি আই"ৰ ডিব্ৰুগড় আৰু দুলীয়াজান শাখাকেইটা খোলা থাকিব।

Conclusion:
Last Updated : Dec 14, 2019, 6:33 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.