22 আগষ্টৰ পৰা 4 ছেপ্তেম্বৰ পৰ্যন্ত ৰাশিফল :
মেষ ৰাশি : সপ্তাহটো প্ৰায় শুভ ৷ গ্ৰহ ভাল স্থানতে থাকিব ৷ ইলেক্ট্ৰিকেল সামগ্ৰী ক্ৰয় কৰিব পাৰে ৷ পৰিয়ালত সৰু-সুৰাকৈ বাক-বিতণ্ডা সংঘটিত হোৱাৰ আশংকা ৷ পৰিয়ালক সময় দিয়ক ৷ প্ৰেমত মনোযোগ দিয়ক ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ স্বাস্থ্য উন্নত ৷
বৃষ ৰাশি : সপ্তাহটোত কিছু উত্থান-পতন হ’ব পাৰে ৷ ডাঙৰ সিদ্ধান্ত লওতে সাৱধান হওক ৷ এই সন্দৰ্ভত জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰক ৷ চাকৰিৰ ক্ষেত্ৰত ভাল খবৰ লাভ কৰিব ৷ প্ৰেমত শুভ ৷ দাম্পত্য জীৱনত কিছু মানসিক চাপ বৃদ্ধি পাব ৷ ভ্ৰমণৰ বাবে সপ্তাহটোৰ শেষৰ ভাগ উত্তম ৷
মিথুন ৰাশি : সপ্তাহটো শুভ ৷ প্ৰেমত শুভ ৷ স্বাস্থ্য উন্নত ৷ লক্ষ্যত উপনীত হ’বলৈ কঠোৰ পৰিশ্ৰম কৰক ৷ লক্ষ্যত সফল ৷
কর্কট ৰাশি : সপ্তাহটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব ৷ সন্তানে ভোগ কৰি থকা সমস্যাৰ অৱনতি ঘটিব ৷ সপ্তাহটোৰ শেষৰ ভাগত স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ আৰ্থিক স্থিতিৰ কিছু অৱনতি ঘটিব ৷
সিংহ ৰাশি : সপ্তাহটো কিছু উন্নত ৷ নতুন সম্পত্তি লাভ ৷ ন্যায়িক বিষয়ত কিছু সাৱধানতা অৱলম্বন কৰক ৷ ব্যৱসায়ত সফল ৷ বিবাহিত জীৱন সুখৰ ৷ প্ৰেমত শুভ ৷ গ্ৰহ শুভ ৷ মাংগলিক কাৰ্য সম্পাদন কৰিব পাৰিব ৷
কন্যা ৰাশি : সপ্তাহটো শুভ ৷ সপ্তাহটোৰ আৰম্ভণিতে ব্যৱসায়ত বৃহৎ লাভাৰ্জন কৰিব ৷ ব্যৱসায়ত সফল ৷ চাকৰিয়ালসকলৰ বাবে শুভ সপ্তাহ ৷ প্ৰেমত মধ্যমীয়া ৷ দাম্পত্য জীৱন সুখৰ ৷
তুলা ৰাশি : সপ্তাহটো মধ্যমীয়া ৷ অদৰকাৰী কথাত মনোযোগ নিদিব, নহ’লে ভাল সুযোগ হেৰুৱাব ৷ স্বাস্থ্য উন্নত ৷ প্ৰেমত মধ্যমীয়া ৷ বৈবাহিক জীৱন সুখৰ ৷ ব্যৱসায়ত কিছু সাৱধানতা অৱলম্বন কৰক ৷
বৃশ্চিক ৰাশি : সপ্তাহটো ভাল-বেয়াৰ মাজেৰে যাব ৷ ব্যৱসায়ত উন্নত ৷ নতুন ব্যৱসায় কৰিব পাৰে ৷ ভ্ৰমণৰ যোগ ৷ প্ৰেমত শুভ ৷ দাম্পত্য জীৱন সুখৰ যদিও সাৱধানতা অৱলম্বন কৰক ৷
ধনু ৰাশি : সপ্তাহটো মধ্যমীয়া ৷ স্বাস্থ্যৰ যতন লওক ৷ ব্যয় বৃদ্ধি ৷ প্ৰশংসা লাভ ৷ প্ৰেমত শুভ ৷ দাম্পত্য জীৱনত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰক ৷ ভ্ৰমণ বাতিল কৰক ৷
মকৰ ৰাশি : শুভ সপ্তাহ ৷ শিক্ষাৰ্থীসকলৰ বাবেও শুভ সপ্তাহ ৷ প্ৰেমত শুভ ৷ দাম্পত্য জীৱন সুখৰ ৷ ভাগ্য ভাল ৷ কৰ্মজীৱনত পদোন্নতি লাভ ৷ পৰিশ্ৰমৰ ফল লাভ ৷ সপ্তাহটোৰ শেষৰ দিনকেইটা ভ্ৰমণৰ বাবে শুভ ৷
কুম্ভ ৰাশি : শুভ সপ্তাহ ৷ ব্যৱসায়ত শুভ ৷ স্বাস্থ্য উন্নত ৷ দাম্পত্য জীৱন সুখৰ ৷ বিবাহৰ বাবে শুভ সপ্তাহ ৷ বিবাহৰ যোগ আছে ৷ ভ্ৰমণৰ বাবে সপ্তাহৰ মাজৰচোৱা শুভ ৷ প্ৰেমত শুভ ৷
মীন ৰাশি : সপ্তাহটো ভাল-বেয়াৰ মাজেৰে যাব ৷ সপ্তাহৰ আৰম্ভণিতে ভ্ৰমণলৈ যাব পাৰে ৷ ব্যৱসায়ত সাফল্য অৰ্জন ৷ প্ৰেমত শুভ ৷ দাম্পত্য জীৱন উন্নত ৷ ভ্ৰমণৰ বাবে উত্তম সপ্তাহ ৷ শিক্ষাৰ্থীসকলৰ বাবেও শুভ সপ্তাহ ৷ অধ্যয়নৰ প্ৰতি মনোযোগ বৃদ্ধি ৷