নেশ্যনেল ডেস্ক,২৮ নৱেম্বৰ : মহাত্মা গান্ধীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে তুলনা কৰি বিতৰ্কৰ মাজত সোমাই পৰিছে দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় । কংগ্ৰেছৰ কেইবাগৰাকী সাংসদ তথা নেতাই উপ-ৰাষ্ট্ৰপতিগৰাকীক তীব্ৰ সমালোচনা কৰিছে । উপ-ৰাষ্ট্ৰপতি ধনখড়ে মহাত্মা গান্ধীক যোৱা শতিকাৰ 'মহাপুৰুষ' বুলি কৈছিল আৰু প্ৰধানমন্ত্ৰীক এই শতিকাৰ 'যুগপুৰুষ' বুলি কৈছিল । উপ-ৰাষ্ট্ৰপতিগৰাকীৰ এই মন্তব্যৰ পাছতে দেশৰ ৰাজনৈতিক ক্ষেত্ৰত ব্যাপক প্ৰতিক্ৰিয়া আৰম্ভ হৈছে ।
উল্লেখ্য যে উপ-ৰাষ্ট্ৰপতি ধনখড়ে সোমবাৰে মহাৰাষ্ট্ৰৰ মুম্বাইৰ অপেৰা হাউচত জৈন ৰহস্যবাদী আৰু দাৰ্শনিক শ্ৰীমদ ৰাজচন্দ্ৰৰ জন্ম জয়ন্তী উদযাপন উপলক্ষে আয়োজিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰিছিল । য'ত তেওঁ কৈছিল, "মহাত্মা গান্ধীয়ে সত্যাগ্ৰহ আৰু অহিংসাৰ জৰিয়তে আমাক ব্ৰিটিছৰ দাসত্বৰ পৰা মুক্ত কৰিছিল । ভাৰতৰ সফল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাক আমি সদায় যাবলৈ বিচৰা পথত লৈ গৈছে ।"
-
If you compare with Mahatma it's shameful Sir, we all know there is a limit to sycophancy now you have crossed that limit, and to be in your chair & position and to be a sycophant does not add value Sir. With respect @VPIndia https://t.co/CumvQwNbGN
— Manickam Tagore .B🇮🇳✋மாணிக்கம் தாகூர்.ப (@manickamtagore) November 27, 2023 " class="align-text-top noRightClick twitterSection" data="
">If you compare with Mahatma it's shameful Sir, we all know there is a limit to sycophancy now you have crossed that limit, and to be in your chair & position and to be a sycophant does not add value Sir. With respect @VPIndia https://t.co/CumvQwNbGN
— Manickam Tagore .B🇮🇳✋மாணிக்கம் தாகூர்.ப (@manickamtagore) November 27, 2023If you compare with Mahatma it's shameful Sir, we all know there is a limit to sycophancy now you have crossed that limit, and to be in your chair & position and to be a sycophant does not add value Sir. With respect @VPIndia https://t.co/CumvQwNbGN
— Manickam Tagore .B🇮🇳✋மாணிக்கம் தாகூர்.ப (@manickamtagore) November 27, 2023
ভাৰতৰ উপ-ৰাষ্ট্ৰপতিগৰাকীৰ অফিচিয়েল এক্স হেণ্ডেলত তেওঁৰ ভাষণৰ এটা ক্লিপও শ্বেয়াৰ কৰে । লগতে দুয়োগৰাকী মহান ব্যক্তিত্বৰ মাজৰ সাদৃশ্যৰ বিষয়ে উল্লেখ কৰি ধনখড়ে ভাষণত কৈছিল যে এই দুই মহান ব্যক্তিত্ব মহাত্মা গান্ধী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত এক সাদৃশ্য আছে ।
-
If you compare with Mahatma it's shameful Sir, we all know there is a limit to sycophancy now you have crossed that limit, and to be in your chair & position and to be a sycophant does not add value Sir. With respect @VPIndia https://t.co/CumvQwNbGN
— Manickam Tagore .B🇮🇳✋மாணிக்கம் தாகூர்.ப (@manickamtagore) November 27, 2023 " class="align-text-top noRightClick twitterSection" data="
">If you compare with Mahatma it's shameful Sir, we all know there is a limit to sycophancy now you have crossed that limit, and to be in your chair & position and to be a sycophant does not add value Sir. With respect @VPIndia https://t.co/CumvQwNbGN
— Manickam Tagore .B🇮🇳✋மாணிக்கம் தாகூர்.ப (@manickamtagore) November 27, 2023If you compare with Mahatma it's shameful Sir, we all know there is a limit to sycophancy now you have crossed that limit, and to be in your chair & position and to be a sycophant does not add value Sir. With respect @VPIndia https://t.co/CumvQwNbGN
— Manickam Tagore .B🇮🇳✋மாணிக்கம் தாகூர்.ப (@manickamtagore) November 27, 2023
উপ-ৰাষ্ট্ৰপতিগৰাকীৰ এই মন্তব্যৰ পাছতে কংগ্ৰেছ নেতাসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । কংগ্ৰেছৰ সাংসদ মণিক্কাম ঠাকুৰে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে তোষামোদৰ সকলো সীমা অতিক্ৰম কৰিছে । উপ-ৰাষ্ট্ৰপতি ধনখড়ৰ ভাষণৰ এটা ক্লিপ টেগ কৰি কংগ্ৰেছ সাংসদগৰাকীয়ে লিখিছে যে যদি তেওঁ মোদীক মহাত্মাৰ সৈতে তুলনা কৰে ই লজ্জাজনক হ'ব । কেৱল পদ আৰু গাদী ৰক্ষাৰ স্বাৰ্থত তেওঁ তোষামোদৰ আশ্ৰয় লৈছে বুলিও অভিযোগ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।
লগতে পঢ়ক :অমিত শ্বাহক অৱমাননাৰ গোচৰত ৰাহুল গান্ধীক তলব কৰিলে আদালতে