ETV Bharat / bharat

Union Minister Pratima Bhoumik: গ্ৰাম্য় অৰ্থনীতি শক্তিশালী কৰাৰ বাবে চৰকাৰে কাম কৰিছে

author img

By

Published : Jul 17, 2022, 7:58 PM IST

কেন্দ্ৰীয় চৰকাৰে গাওঁ পৰ্যায়তত স্ব-শাসনৰ সঠিক ৰূপায়ণৰ দ্বাৰা দেশৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৷ এই মন্তব্য় কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ (Union Minister Pratima Bhoumik)।

h
http://10.10.50.80:6060//finalout3/assam-nle/thumbnail/17-July-2022/15847069_924_15847069_1658042738654.png

আগৰতলা,১৭, জুলাই: 'কেন্দ্ৰীয় চৰকাৰে দেশৰ লগতে ত্ৰিপুৰাৰ গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ বাবে কাম কৰি আছে ৷' এই মন্তব্য় কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ (Union Minister Pratima Bhoumik)। শনিবাৰে ত্ৰিপুৰাত মন্ত্ৰী প্ৰতিমা ভৌমিকে এইদৰে মন্তব্য় কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে গ্ৰাম্য অঞ্চলত বিত্তীয় বিকাশৰ বাবে অগ্ৰাধিকাৰ দিছে ৷ চৰকাৰৰ উদ্দেশ্য হৈছে দেশৰ প্ৰতিখন গাৱৰ আন্তঃগাঁথনি আৰু আৰ্থ-সামাজিক মান উন্নত কৰা ।

কেন্দ্ৰীয় চৰকাৰে গাওঁ পৰ্যায়ত স্ব-শাসনৰ সঠিক ৰূপায়ণৰ দ্বাৰা দেশৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়,'প্ৰধানমন্ত্ৰীয়ে মান কি বাতত MPlad fund পুঁজিৰ সহায়ত প্ৰতিখন গাঁৱত এটাকৈ অমৃত সৰোবৰ নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰিছে (Maan ki baat)।' তেওঁ লগতে উল্লেখ কৰে যে ২০২৩ চনৰ ভিতৰত ত্ৰিপুৰাৰ প্ৰতিখন গাঁৱত এটাকৈ 'অমৃত সৰোবৰ' নিৰ্মাণ কৰা হ'ব (Amrit Sarovar)।

কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ সহায়ত সৌভাগ্য যোজনাৰ অধীনৰ গাওঁসমূহত খোৱা পানীৰ সংযোগ গাৱঁৰ প্ৰতিটো কোণত উপনীত হৈছে । স্ব-সহায়ক গোট গঠনৰ জৰিয়তে মহিলাৰ সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উদ্যোগত ত্ৰিপুৰাত এখন আদৰ্শ গাওঁ নিৰ্মাণৰ কাম চলি আছে বুলিও উল্লেখ কৰে (model village in Tripura)।

লগতে পঢ়ক:All India Legal Services Meet : দেশৰ ন্যায়পালিকা সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.