ETV Bharat / bharat

বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ উদ্ধৱ শিবিৰৰ

author img

By

Published : Jul 1, 2022, 2:23 PM IST

শিৱসেনাৰ বিদ্ৰোহী বিধায়কসকলৰ প্ৰতি সৰৱ উদ্ধৱ বাহিনী(Uddhav camp seeks to disallow rebel MLAs ) ৷ উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু উদ্ধৱ শিবিৰৰ ৷ অযোগ্যতাৰ ওপৰত চূড়ান্ত সিদ্ধান্ত নোলোৱালৈকে তেওঁলোকক সদনত অংশগ্ৰহণকৰাত বাধা দিয়াৰ আহ্বান উদ্ধৱ বাহিনীৰ(Uddhav camp in SC) ৷

Rebel MLAs in Maharashtra political crisis
উদ্ধৱ শিবিৰৰ গোচৰ

নিউজ ডেস্ক, 1 জুলাই : মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ অৱসান ঘটিল যদিও এতিয়াও শান্ত হোৱা নাই পৰিস্থিতি ৷ মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে একনাথ সিন্দেয়ে শপত গ্ৰহণ কৰিলে যদিও তেওঁৰ বিৰুদ্ধে সৰৱ হৈ আছে শিৱসেনা ৷ শিৱসেনাৰ মুখ্য হুইপ সুনীল প্ৰভুৱে শুকুৰবাৰে মুখ্যমন্ত্ৰী একনাথ সিন্দেক সমৰ্থন কৰা ১৫ জন বিদ্ৰোহী বিধায়কৰ অযোগ্যতাৰ ওপৰত চূড়ান্ত সিদ্ধান্ত নোলোৱালৈকে তেওঁলোকক সদনত অংশগ্ৰহণ(Rebel MLAs participating in Assembly) কৰাত বাধা দিয়াৰ দাবীত উচ্চতম ন্যায়ালয়ত আবেদন জনায়(Uddhav camp requests SC to restrain rebel MLAs from assembly) ।

উল্লেখ্য যে, ৩ আৰু ৪ জুলাইত মহাৰাষ্ট্ৰ বিধানসভাৰ এখন বিশেষ অধিৱেশন অনুষ্ঠিত হ'ব । ইপিনে ২ জুলাইত বিধানসভাত নতুন অধ্যক্ষৰ বাবে মনোনয়ন দাখিল কৰা হ'ব ৷ ৩ জুলাইত অধ্যক্ষ পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ৪ জুলাইত বিধানসভাত আস্থা ভোট অনুষ্ঠিত হ'ব । এনে সময়ত শিৱসেনাই দাখিল কৰা আবেদনৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া বিশেষভাৱে লক্ষ্যণীয় হ’ব ৷ উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ উপাধ্যক্ষৰ দ্বাৰা প্ৰেৰণ কৰা অযোগ্যতাৰ জাননীৰ বিৰুদ্ধে একনাথ সিন্দে শিবিৰে শীৰ্ষ আদালতত এখন আবেদনো দাখিল কৰিছিল ।

লগতে পঢ়ক : Eknath Shinde takes oath: মুখ্যমন্ত্ৰীৰূপে শপত ল’লে একনাথ চাম্ভাজী সিন্ধেয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.