ETV Bharat / bharat

ত্ৰিপুৰাত কৰ্কট অস্ত্ৰোপচাৰৰ ব্যৱস্থা মুকলি - ত্ৰিপুৰাৰ ফিজিঅ’ থেৰাপি সংগঠন

আগৰতলাৰ অটল বিহাৰী মেম'ৰিয়েল আঞ্চলিক কৰ্কট হাস্পতালৰ লগতে NHCM,TIPS আৰু ত্ৰিপুৰাৰ ফিজিঅ’ থেৰাপি সংগঠনৰ সহযোগত বৃহস্পতিবাৰে যৌথ ভাৱে উদযাপন কৰা হয় বিশ্ব কৰ্কট দিৱস ৷

tripura-introduces-cancer-surgery
ত্ৰিপুৰাত কৰ্কট অস্ত্ৰোপচাৰৰ ব্যৱস্থা মুকলি
author img

By

Published : Feb 5, 2021, 7:32 AM IST

Updated : Feb 5, 2021, 10:05 AM IST

নিউজ ডেস্ক, 5ফেব্ৰুৱাৰী : আগৰতলাৰ অটল বিহাৰী মেমৰিয়েল আঞ্চলিক কৰ্কট হাস্পতালত, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অহা কৰ্কট ৰোগীৰ বাবে চিকিৎসালয়ত কৰ্কট ৰোগীৰ অস্ত্ৰোপচাৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ কৰা হৈছে ৷ বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে হাস্পাতাল খনৰ অধীক্ষক গৌতম মজুমদাৰে ৷ 4 ফেব্ৰুৱাৰীৰ দিনা সমগ্ৰ ৰাজ্যতে উদযাপন কৰা হৈছে বিশ্ব কৰ্কট দিৱস ৷

ত্ৰিপুৰাত কৰ্কট অস্ত্ৰোপচাৰৰ ব্যৱস্থা মুকলি

আগৰতলাৰ অটল বিহাৰী মেম'ৰিয়েল আঞ্চলিক কৰ্কট হাস্পতালৰ লগতে NHCM, TIPS আৰু ত্ৰিপুৰাৰ ফিজিঅ’ থেৰাপি সংগঠনৰ সহযোগত বৃহস্পতিবাৰে যৌথ ভাৱে উদযাপন কৰা হয় বিশ্ব কৰ্কট দিৱস ৷

এক সজাগতা অভিযানত অংশ লৈ আগৰতলাৰ অটল বিহাৰী মেম'ৰিয়েল আঞ্চলিক কৰ্কট হাস্পাতালৰ অধীক্ষক গৰাকীয়ে মন্তব্য কৰে যে,পূৰ্বতে এই হাস্পতালত বহু ক্ৰটিয়ে আছিল৷ যাৰ বাবে হাস্পতাল খনত সকলো ৰোগৰে চিকিৎসা কৰাটো সম্ভৱ নাছিল ৷ কিন্তু বৰ্তমান এই চিকিৎসায়ত কিছু নতুন উপকৰণ সংযোগ কৰা হৈছে,যাৰ বাবে বৰ্তমান এক নতুন শীৰ্ষত জিলিকি উঠিবলৈ সক্ষম হৈছে ৷

আগৰতলাৰ অটল বিহাৰী মেম'ৰিয়েল আঞ্চলিক কৰ্কট হাস্পতালৰ অধীক্ষক গৌতম মজুমদাৰে মন্তব্য কৰা অনুসৰি,ত্ৰিপুৰাত প্ৰতি এক লাখ জনসংখ্যাৰ ভিতৰত ৬০ ৰ পৰা ৭০ জন লোকেই কৰ্কট ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে ৷ আনকি মিজোৰামতো ইয়াৰ প্ৰভাৱ দেখা গৈছে ৷

উল্লেখ্য যে,কৰ্কট ৰোগ নিৰাময় কৰাৰ বাবে আগৰতলাৰ অটল বিহাৰী মেম'ৰিয়েল আঞ্চলিক কৰ্কট হাস্পতালতে লৈছে বহু উল্লেখনীয় পদক্ষেপ ৷

লগতে পঢ়ক : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুৰ্নীতি সন্দৰ্ভত তদন্ত অব্যাহত

Last Updated : Feb 5, 2021, 10:05 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.