ETV Bharat / bharat

Planetary Parade: আজি এই সময়ত একেটা শাৰীত দেখা দিব ৫টা গ্ৰহ, এইসকল লোক সাৱধান হোৱা উচিত - জ্যোতিৰ্বিজ্ঞানী

আজি আকাশত এক আচৰিত কাকতলীয়া ঘটনা সৃষ্টি হ’বলৈ গৈ আছে । জনাই দিও যে, এই দিনটোত ৫ টা গ্ৰহ সৰলৰেখাত অৰ্থাৎ একেটা শাৰীত দেখা দিব । এই আচৰিত জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা ভাৰততো দেখা যাব । এই মহাজাগতিক পৰিঘটনাৰ বাবে এইসকল লোক সাৱধান থকা উচিত ৷

Today at this time 5 planets will appear in a line these people have to be careful
আজি এই সময়ত একেটা শাৰীত দেখা দিব ৫টা গ্ৰহ, এইসকল লোক সাৱধান হোৱা উচিত
author img

By

Published : Mar 28, 2023, 4:04 PM IST

নিউজ ডেস্ক, ২৮ মাৰ্চ: জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে, আজি অৰ্থাৎ ২৮ মাৰ্চত আকাশত এক আচৰিত দৃশ্য দেখা যাব (Planetary Parade 2023)। আজি প্ৰায় ০৭:৩০ বজাত পাঁচটা গ্ৰহ– বুধ, বৃহস্পতি, শুক্ৰ, ইউৰেনাছ আৰু মংগল গ্ৰহ সৰলৰেখাত দেখা যাব । উল্লেখ্য যে, এই আচৰিত দৃশ্য বাইনোকুলাৰ অবিহনেও দেখা যাব । গ্ৰহৰ এই আচৰিত সমন্বয় সূৰ্যাস্তৰ ঠিক পিচতেই পশ্চিম দিগন্তৰ ফালে দেখা যাব । জ্যোতিষীসকলে কয় যে, গ্ৰহণ এই অৱস্থিতিয়ে মানুহক প্ৰভাৱিত কৰিব পাৰে (Planetary Parade 2023 in India)।

গ্ৰহৰ এই সংযোগক কেনেকৈ চাব ?

জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে এই কাকতলীয়া ঘটনা সন্ধিয়া ০৬.৩৬ বজাৰ পৰা নিশা ০৭.৩০ বজাৰ ভিতৰত (Planetary Parade 2023 Time) দেখা পোৱা যায় (How do you see the 5 planets align)। কিন্তু পলম নকৰিব, সেয়া কাৰণ বুধ আৰু বৃহস্পতি সূৰ্যাস্তৰ মাত্ৰ আধা ঘণ্টাৰ পিচত দিগন্তৰ তলত ডুব যাব । উল্লেখ্য যে, বৃহস্পতি, শুক্ৰ আৰু মংগল গ্ৰহৰ উচ্চ উজ্জ্বলতাৰ বাবে খালী চকুৰেও ইহঁতক এটা ৰেখাত দেখা পোৱা যায় (What 5 planets will align in 2023)। একে সময়তে বুধ আৰু বৰুণ অৰ্থাৎ ইউৰেনাছক চাবলৈ বাইনোকুলাৰৰ সহায় ল’ব লাগিব পাৰে (5 planets alignment)।

এই গ্ৰহসমূহৰ সংমিশ্ৰণৰ বাবে কৃষকসকলে সমস্যাৰ সন্মুখীন হ’ব পাৰে

জ্যোতিষ শাস্ত্ৰৰ মতে, সকলো গ্ৰহই এটা সময়ৰ পিচত ৰাশি সলনি কৰি সেই ৰাশিত নিৰ্দিষ্ট সময়ৰ বাবে স্থিৰ হৈ থাকে । বৰ্তমান শনি কুম্ভ ৰাশিত বহি আছে, আনহাতে মীন ৰাশিত বৃহস্পতি আৰু বুধ গ্ৰহৰ সংযোগ গঠন কৰি আছে । ইতিমধ্যে এই ৰাশিত সূৰ্য বহি আছে ।

জ্যোতিষীসকলৰ মতে, এই সংমিশ্ৰণৰ বাবে অধিক বৰষুণৰ সম্ভাৱনা আছে । মধ্য আৰু উত্তৰ ভাৰতৰ মূল অঞ্চলত অধিক বৰষুণ হ’ব পাৰে, লগতে ইয়াৰ ফলত শিলাবৃষ্টিও হ’ব পাৰে । যাৰ বাবে শস্যৰ আটাইতকৈ বেছি ক্ষতি হ’ব পাৰে, যাৰ প্ৰত্যক্ষ প্ৰভাৱ কৃষকসকলৰ ওপৰত পৰিব ।

লগতে পঢ়ক: Cosmic spectacle: ২৮ মাৰ্চৰ নক্ষত্ৰময় নিশাত একলগে দেখা যাব এই পাঁচটা গ্ৰহ!

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.