ETV Bharat / bharat

Tripura Violence : গৃহ মন্ত্ৰণালয়ৰ সন্মুখত TMC সাংসদৰ প্ৰতিবাদ - গৃহ মন্ত্ৰণালয়ৰ সন্মুখত তৃণমূল কংগ্ৰেছৰ সাংসদৰ প্ৰতিবাদ

দিল্লীত গৃহ মন্ত্ৰণালয়ৰ সন্মুখত ত্ৰিপুৰা আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে (alleged police brutality in Tripura) তৃণমূল কংগ্ৰেছৰ সাংসদৰ প্ৰতিবাদ ৷ গৃহমন্ত্ৰীক সাক্ষাৎক অনুমতি বিচাৰিছে প্ৰতিবাদকাৰী সাংসদসকলে ৷

TMC MPs stage protest in front of MHA over alleged police brutality in Tripura
alleged police brutality in Tripura : গৃহ মন্ত্ৰণালয়ৰ সন্মুখত TMC সাংসদৰ প্ৰতিবাদ
author img

By

Published : Nov 22, 2021, 12:52 PM IST

Updated : Nov 22, 2021, 1:39 PM IST

নেশ্যনেল ডেস্ক, 22 নৱেম্বৰ : ৰাজধানী দিল্লীত গৃহমন্ত্ৰণালয়ৰ সন্মুখত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ সাংসদসকলৰ ৷ ত্ৰিপুৰাত আৰক্ষীৰ বৰ্বৰতা (alleged police brutality in Tripura) আৰু ত্ৰিপুৰা তৃণমূল কংগ্ৰেছৰ যুৱ মৰ্চাৰ (Tripura Trinamool Youth Congress) সভানেত্ৰী সায়নী ঘোষৰ গ্ৰেপ্তাৰৰ বিৰোধীতৰে TMCৰ সাংসদ, দলীয় নেতাৰ লগতে কৰ্মীসকলে মিলিত হৈ সাব্যস্ত কৰিছে প্ৰতিবাদ ৷

তৃণমূল কংগ্ৰেছৰ 16 গৰাকী সাংসদৰ লগতে, ডেৰেক অ’ব্ৰেইন, সুখেন্দু শেখৰ ৰয়, সান্তনু সেন, মালা ৰয় সোমবাৰে উপস্থিত দিল্লীৰ দলীয় কাৰ্যলয়ত ৷ ত্ৰিপুৰাত আৰক্ষীৰ বৰ্বৰতা (alleged police brutality in Tripura) সন্দৰ্ভত আলোচনা কৰাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎৰ বাবে অনুমতি বিচাৰিছে প্ৰতিবাদকাৰী সাংসদসকলে ৷

উল্লেখ্য যে, দেওবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ এখন জনসভাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তৰ কৰিছিল সায়নী ঘোষ (Tripura police arrested Saynee Ghosh) ক ৷ আগৰতলা পৌৰ নিগমৰ নিৰ্বাচনৰ লগতে অহা ২৫ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া আন ১২ খন পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত সংঘটিত হিংসাত্মক ঘটনাৰ পিছতে সমগ্ৰ ত্ৰিপুৰাতে উত্তেজনাই বিৰাজ কৰিছে । ইয়াৰ পূৰ্বে দেওবাৰে আগৰতলাৰ ভগবান ঠাকুৰ চৌমুনি অঞ্চলত তৃণমূল কংগ্ৰেছ ত্ৰিপুৰা গোটৰ পৰিচালনা সমিতিৰ মুৰব্বী সুবল ভৌমিকৰ বাসগৃহত আক্ৰমণৰ ফলত কেইবাজনো লোক আঘাতপ্ৰাপ্ত হোৱা বুলি অভিযোগ উত্থাপন কৰিছিল তৃণমূল কংগ্ৰেছে ৷

লগতে পঢ়ক : Congress Protest : 150 কিলোমিটাৰ পদযাত্ৰাৰে চৰকাৰৰ বিৰোধ ৰিপুন বৰাৰ

Last Updated : Nov 22, 2021, 1:39 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.