ETV Bharat / bharat

Kidney Health Tips: এই ৫বিধ সামগ্ৰীয়ে সুস্থ কৰি ৰাখিব আপোনাৰ বৃক্ক

author img

By

Published : Mar 11, 2023, 10:20 AM IST

দুৰ্বল জীৱনশৈলী আৰু সঠিক খাদ্য গ্ৰহণ নকৰাৰ ফলত বৃক্ক সম্পৰ্কীয় ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় । সেয়ে বৃক্কক দীৰ্ঘদিনলৈ সুস্থ কৰি ৰাখিবলৈ পুষ্টিবিদে এই ৫ বিধ ঔষধি সামগ্ৰী গ্ৰহণ কৰাৰ পৰামৰ্শ দিছে ।

These 5 herbs keep the kidney healthy will not be a victim of diseases
এই ৫বিধ সামগ্ৰীয়ে সুস্থ কৰি ৰাখিব আপোনাৰ বৃক্ক

আমাৰ শৰীৰত উপস্থিত থকা বৃক্কই শৰীৰৰ বেয়া পদাৰ্থবোৰ বাহিৰ কৰাৰ এক বিশেষ প্ৰক্ৰিয়া আছে । বৃক্কই প্ৰস্ৰাৱ উৎপন্ন কৰে, যিয়ে শৰীৰৰ পৰা অলাগতিয়াল পদাৰ্থবোৰ ফিল্টাৰ কৰি বাহিৰ কৰে । বৃক্কই তেজত থকা বহুতো ৰাসায়নিক পদাৰ্থক নিয়ন্ত্ৰণ কৰে । আমাৰ বৃক্কই শৰীৰত ৰক্তচাপ বজাই ৰখাতো সহায় কৰে । সেইবাবেই বৃক্ক সুস্থ কৰি ৰখাটো অতি প্ৰয়োজনীয় । শেহতীয়াকৈ পুষ্টিবিদে বৃক্কৰ স্বাস্থ্য সুৰক্ষাৰ বাবে কেনেধৰণৰ ঔষধে কাম কৰে সেই বিষয়ে বিতংভাৱে জনাইছে(Kidney Health Tips)।

এই সন্দৰ্ভত পুষ্টিবিদে কয় যে খাদ্যৰ সোৱাদ আৰু সুগন্ধি বৃদ্ধিৰ বাবে মছলা আৰু ঔষধি সামগ্ৰী ব্যৱহাৰ কৰা হয় । অৱশ্যে তেওঁলোকৰ কাম কেৱল আমাৰ খাদ্য সজোৱাই নহয়, স্বাস্থ্যৰ উন্নতিৰ বাবেও হয়(what foods help repair kidneys) । আপোনাৰ বৃক্কৰ স্বাস্থ্য বজাই ৰাখিবলৈ এই ৫ টা ঔষধি সামগ্ৰী নিশ্চয়কৈ খাব, যাতে আপুনি ৰোগৰ পৰা আঁতৰি থাকিব পাৰে(how can i improve my kidney function naturally)।

আপোনাৰ বৃক্কৰ স্বাস্থ্য উন্নত কৰিবলৈ কি খাদ্য গ্ৰহণ কৰিব লাগে:

১) গিলয়ত থকা এলকেলয়ডে(alkaloids) বৃক্কৰ সুৰক্ষাৰ কাম কৰে । ই বৃক্কক এফ্লাটক্সিনৰ দ্বাৰা সৃষ্টি হোৱা বিষাক্ত পদাৰ্থৰ পৰা ৰক্ষা কৰে । গিলয়ৰ এন্টিঅক্সিডেন্ট গুণ আছে, যিয়ে ফ্ৰী-ৰেডিকেলবোৰ নাইকিয়া কৰাৰ কাম কৰে(how to check your kidney health at home)।

২) হালধিয়ে প্লাজমা প্ৰ'টিন উন্নত কৰাৰ কাম কৰে(how to improve kidney health)। লগতে ক্ৰিয়েটিনিন আৰু ছিৰাম ইউৰিয়াৰ মাত্ৰাও হ্ৰাস কৰে । বৃক্কৰ কাৰ্যক্ষমতা উন্নত কৰাত সহায় কৰিব পাৰে ।

৩) আদাৰ প্ৰদাহ নিবাৰণকাৰী গুণে প্ৰদাহৰ লগতে সংক্ৰমণৰ ফলত হোৱা বৃক্কৰ বিষো কমায় ।

৪) অমলাকি, হৰিতাকি আৰু বিভিতকি তিনিটা অদ্ভুত ঔষধ, যিসমূহ কোনো যাদুতকৈ কম নহয় । ই বৃক্কৰ কলা শক্তিশালী কৰে, প্লাজমা প্ৰ'টিন, এলবুমিন, ক্ৰিয়েটিনিন উন্নত কৰে তথা বৃক্কৰ সামগ্ৰিক কাৰ্য্যক্ষমতা বৃদ্ধি কৰে(plasma protein, albumin, creatinine) ।

৫) ইয়াৰ মুত্ৰবৰ্ধক গুণে বৃক্ক ফ্লাছ কৰাত সহায় কৰে আৰু মুত্ৰ প্ৰণালী শক্তিশালী কৰি ৰাখে ।

লগতে পঢ়ক: Chair Exercises: চকীৰ সৈতে মাত্ৰ ১০ মিনিট কৰক এই ব্যায়াম, হাতে হাতে পাওক পৰিণাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.