ETV Bharat / bharat

Beauty Tips: এই পদ্ধতিৰ সহায়ত প্ৰাকৃতিকভাৱে আপোনাৰ ওঁঠযুৰিক কৰি তোলক উজ্জল আৰু গুলপীয়া - tac lip scrub review

আজি আমি আপোনালোকৰ বাবে লৈ আহিছো বিটৰ লিপ স্ক্ৰাব তৈয়াৰৰ পদ্ধতি । বিটৰ লিপ স্ক্ৰাব ব্যৱহাৰ কৰিলে আপোনাৰ ওঁঠত জমা হোৱা মৰা ছালৰ তৰপ আঁতৰোৱাত সহায় হয় । ইয়াৰ উপৰিও আপোনাৰ ওঁঠৰ টেনিঙো দূৰ কৰা ই লাভদায়ক ।

The shine and softness of the lips will remain intact, just do beetroot lip scrub at home like this
এই পদ্ধতিৰ সহায়ত প্ৰাকৃতিকভাৱে আপোনাৰ ওঁঠযুৰিক কৰি তোলক উজ্বল আৰু গুলপীয়া
author img

By

Published : Apr 19, 2023, 7:35 PM IST

গ্ৰীষ্মকালত আমাৰ ওঁঠযুৰিক সযতনে ৰখাটো খুবেই প্ৰয়োজনীয় হৈ পৰে ৷ ৰ'দ, ধূলি, প্ৰদূষণত প্ৰায়েই আমাৰ ওঁঠযুৰি নষ্ট হ'বলৈ আৰম্ভ কৰে(beetroot lip scrub benefits) ৷ ইয়াৰ বাবে প্ৰয়োজন সঠিক যত্নৰ ৷ সেয়ে আপোনাৰ ওঁঠযুৰিক আৰু অধিক উজ্বল, কোমল,তথা প্ৰাকৃতিকভাৱে গুলপীয়া কৰিবলৈ এনে এক উপায় লৈ আহিছো যাৰ সহায়ত আপুনি ঘৰতে অতি সহজে আপোনাৰ ওঁঠৰ যত্নৰ লোৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰে (Does beetroot really make lips pink) ৷

বিট এক অতি স্বাস্থ্যকৰ ছুপাৰফুড যিটো মেংগানিজ, পটাছিয়াম, ফাইবাৰ, ফ’লেট, আইৰণ, এন্টি-অক্সিডেন্ট, এন্টি-ইনফ্লেমেটৰী আৰু ভিটামিন চিৰ দৰে গুণেৰে সমৃদ্ধ ৷ গতিকে ই আপোনাৰ স্বাস্থ্যৰ লগতে ছালৰ বাবেও অতি উত্তম(Lip Care)। এনে পৰিস্থিতিত আজি আমি আপোনালোকৰ বাবে লৈ আহিছো বিটৰ লিপ স্ক্ৰাব(Dark Lips) । বিটৰ লিপ স্ক্ৰাব ব্যৱহাৰ কৰিলে আপোনাৰ ওঁঠত জমা হোৱা মৰা ছালৰ তৰপটো আঁতৰোৱাত সহায় কৰে(Lip Scrub)। ইয়াৰ উপৰিও আপোনাৰ ওঁঠৰ টেনিংও নাইকিয়া হৈ যায়(Beetroot Benefits)। এইটোৱে আপোনাৰ ওঁঠ কোমল আৰু গোলাপী কৰি তোলাত সহায় কৰে, গতিকে আহকচোন বিট লিপ স্ক্ৰাব কেনেকৈ তৈয়াৰ কৰিব পাৰি (DIY Beetroot Lip Scrub)

বিটৰ লিপ স্ক্ৰাব তৈয়াৰ কৰিবলৈ প্ৰয়োজনীয় উপাদান-

  • আধা কটা বিট
  • ১ চামুচ চেনি
  • ২ চামুচ আলমণ্ড অইল

বিটৰ লিপ স্ক্ৰাব কেনেকৈ তৈয়াৰ কৰিব ?

  • বিটৰ লিপ স্ক্ৰাব বনাবলৈ প্ৰথমে বিট এটা লওক
  • তাৰ পিছত বিটখিনি ভালদৰে ধুই আধা কাটি লওক
  • ইয়াৰ পিছত এটা বাটিত আলমণ্ড অইল আৰু চেনি মিহলাই লওক
  • তাৰ পিছত আপুনি তাত কটা বিট দিব(Does beetroot really make lips pink)
  • এতিয়া আপোনাৰ বিটৰ লিপ স্ক্ৰাবটো সাজু হৈছে(Home Remedies For Lips Tanning Removal)

বিটৰ লিপ স্ক্ৰাব কেনেকৈ প্ৰয়োগ কৰিব ?

  • ওঁঠত বিটৰ লিপ স্ক্ৰাব লগাওক(Beauty Tips)
  • তাৰ পিছত আপুনি ওঁঠ দুটা প্ৰায় ২ মিনিটমান স্ক্ৰাব কৰে(How do you make a beetroot lip scrub)
  • ইয়াৰ পিছত কপাহ বা পানীৰে ওঁঠ ধুই পৰিষ্কাৰ কৰিব লাগে(softness of the lips)

লগতে পঢ়ক: Benefits Of Pineapple: গৰমৰ দিনত আনাৰস খোৱাৰ লাভালাভৰ বিষয়ে জানি লওক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.