ETV Bharat / bharat

তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ ৰেপিড এণ্টিজেন-আৰটি-পিচিআৰ পৰীক্ষাত মিশ্ৰিত ফলাফল

author img

By

Published : Apr 30, 2021, 10:08 AM IST

বিগত 19 এপ্ৰিলত ক’ভিডত আক্ৰান্ত হোৱাৰ পাচত বুধবাৰে ৰেপিড এণ্টিজেন টেষ্টত নিগেটিভ ফলাফল পোৱা গৈছে তেলাংগানাৰ মুখ্যমন্ত্ৰী গৰাকীৰ ৷ অৱশ্যে বৰ্তমানো আৰটি-পিচিআৰ পৰীক্ষাই কোনো নিৰ্দিষ্ট ফলাফল পঠিওৱা নাই ।

কে. চন্দ্ৰশেখৰ ৰাও
K. Chandrasekhar Rao

নেশ্যনেল ডেস্ক, 30 এপ্ৰিল: তেলেংগানাৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওৰ ৰেপিড এণ্টিজেন আৰু আৰটি-পিচিআৰ পৰীক্ষাই মিশ্ৰিত ফলাফল প্ৰদান কৰিছে ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীগৰাকীৰ ব্যক্তিগত চিকিৎসকে এই কথা সদৰি কৰে ৷

মুখ্যমন্ত্ৰী ৰাওৱে 19 এপ্ৰিলৰ পৰা ক’ভিডত আক্ৰান্ত হৈ থকাৰ পাচত বুধবাৰে তেওঁৰ ৰেপিড এণ্টিজেন টেষ্টত নিগেটিভ ফলাফল পোৱা গৈছে ৷ অৱশ্যে বৰ্তমানো আৰটি-পিচিআৰ পৰীক্ষাই কোনো নিৰ্দিষ্ট ফলাফল দেখুওৱা নাই বুলি জানিব পৰা গৈছে ৷

আগন্তুক দুই-তিনিদিনৰ ভিতৰত পুনৰ মুখ্যমন্ত্ৰীগৰাকীৰ আৰটি-পিচিআৰ টেষ্ট কৰা হ’ব ৷ এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী ৰাওৰ ব্যক্তিগত চিকিৎসক ডাঃ এম. ভি. ৰাওৱে ৷

লগতে পঢ়ক : ব্ৰু ৰিফিউজীৰ পুনৰ সংস্থাপন কেন্দ্ৰ পৰিদৰ্শন বিপ্লৱ দেৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.