ETV Bharat / bharat

নিয়ন্ত্ৰণত ক’ভিড: উঠাই লোৱা হ’ল লক ডাউন

author img

By

Published : Jun 19, 2021, 10:49 PM IST

ভাৰতত বৰ্তমানলৈ 2,98,23,546 গৰাকী লোক ক’ৰণা (Covid 19)ত আক্ৰান্ত হোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে 2,86,78,390 গৰাকীয়ে ৷ ইয়াৰে 3,3,85,137 গৰাকীৰ ক’ৰণা (Covid 19) মৃত্যু হোৱাৰ বিপৰীতে সক্ৰিয় হৈ আছে 7,60,019 টা ঘটনা ৷

Telangana cabinet decides to lift lockdown completely
নিয়ন্ত্ৰণত ক’ভিড: উঠাই লোৱা হ’ল লক ডাউন

নেশ্যনেল ডেস্ক, 19 জুন : ক’ৰণা (Covid 19) সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান সমগ্ৰ দেশতে লক ডাউন ঘোষণা কৰা হৈছে ৷ লক ডাউনৰ (Lockdown) ফলত যাতে জনতাৰ অসুবিধা নহয় তথা দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি অধিকাংশ ৰাজ্যতেই আংশিক লক ডাউন (Lockdown)ৰ ঘোষণা কৰা হৈছে ৷ বৰ্তমান অধিকাংশ ৰাজ্যত ক’ৰণা (Covid 19) সংক্ৰমণ হ্ৰাস পাইছে যদিও মৃত্যু হোৱা লোকৰ সংখ্যা এতিয়াও বৃদ্ধি হৈ আছে ৷ কিন্তু এনে সময়তে লক ডাউন (Lockdown) সম্পূৰ্ণৰূপে উঠাই লোৱাৰ সিদ্ধান্ত লৈছে তেলেংগানা চৰকাৰে ৷

তেলেংগানা ৰাজ্যিক কেবিনেট (Telangana Cabinet Meeting)ৰ শনিবাৰে অনুষ্ঠিত এখন জৰুৰী বৈঠকত চিকিৎসা কৰ্তৃপক্ষৰ প্ৰতিবেদন পৰীক্ষা কৰাৰ পিছত কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ এই প্ৰতিবেদনখনত তেলেংগানাত ক’ৰণা (Covid 19) ৰোগীৰ সংখ্যা যথেষ্ট হ্ৰাস হোৱা দেখুওৱাৰ লগতে ৰাজ্যখনত ক’ভিড 19 (Covid 19) সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ অনা হৈছে বুলি উল্লেখ কৰা হৈছে । ইতিমধ্যে ৰাজ্যিক কেবিনেটে (Telangana Cabinet) চৰকাৰৰ সকলো শাখাৰ বিষয়াসকলক লক ডাউন (Lockdown)ৰ সময়ত আৰোপ কৰা সকলো ধৰণৰ নিয়মাৱলী সম্পূৰ্ণৰূপে উঠাই লোৱাৰ নিৰ্দেশ দিছে । কেবিনেটে শিক্ষা বিভাগ (Education Department)ক ৰাজ্যখনৰ সকলো শিক্ষানুষ্ঠানক 1 জুলাইৰ ভিতৰত সম্পূৰ্ণভাবে খুলিবলৈ তৎকালীনভাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে ।

  • मंत्रिमंडल ने स्वास्थ्य एवं चिकित्सा विभाग की रिपोर्टों के आधार पर पुष्टीकरण दिया कि तेलंगाना अन्य राज्यों की तुलना में तेजी से कोरोना पर काबू पाया हैं। मंत्रिमंडल ने 19 जून तक लागू तालाबंदी को कल (20 जून) से पूरी तरह से हटाने का फैसला किया है।

    — Telangana CMO (@TelanganaCMO) June 19, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, তেলেংগানাত ক’ৰণা (Covid 19) সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰ তথা প্ৰশাসনে গ্ৰাম্যাঞ্চলত তৎপৰতাৰে টীকাকৰণ কাৰ্যসূচী গ্ৰহণ কৰিছিল ৷ আনহাতে চৰকাৰে 9 জুনত ৰাজ্যখনত চলি থকা লক ডাউন (Lockdown) 10 জুনৰ পৰা পুনৰ 10 দিনৰ বাবে বৃদ্ধি কৰিছিল । অৱশ্যে লক ডাউন (Lockdown)ৰ সময়সীমা তেলেংগানা চৰকাৰে পূৰ্বৰ দিনৰ 1 বজাৰ পৰা পুৱা 6 বজাৰ পৰা পৰিবৰ্তে সন্ধিয়া 5 বজাৰ পৰা পুৱা 6 বজালৈ হ্ৰাস কৰিছিল ।

লগতে পঢ়ক : কুম্ভ মেলাত ক'ভিড পৰীক্ষা: তদন্ত কৰিব SITই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.