ETV Bharat / bharat

মীন ৰাশিত সূৰ্যৰ সঞ্চাৰ: কি প্ৰভাৱ পৰিব আপোনাৰ ৰাশিত - Meen Sankranti

মীন ৰাশিত সূৰ্যৰ সঞ্চাৰ ৷ যাৰ ফলত আন আন ৰাশিসমূহতো পৰিব প্ৰভাৱ ৷ জানো আহক কি প্ৰভাৱ পৰিব আপোনাৰ ৰাশিত...

sun-transit-in-pisces-its-impact-on-your-sun-sign
মীন ৰাশিত সূৰ্য্যৰ সঞ্চাৰ: কি প্ৰভাৱ পৰিব আপোনাৰ ৰাশিত
author img

By

Published : Apr 14, 2022, 5:10 AM IST

মেষ ৰাশি : মীন ৰাশিত সূৰ্যৰ সঞ্চাৰৰ ফলত আগন্তুক মাহত অধিক ব্যয় হ'ব পাৰে ৷ স্বাস্থ্যৰ যত্ন ল'ব ৷ শিক্ষাৰ্থীসকলে বিদেশত পঢ়া সুযোগ পোৱাৰ সম্ভাৱনা আছে ৷ ব্যৱসায়ত সফল হ’ব ৷ বিদেশী ব্যৱসায়ৰ সৈতে লেনদেন কৰা সকলৰ বাবে মাহটো ফলপ্ৰসূ হ’ব ।

প্ৰতিকাৰ: সূৰ্যাস্তৰ সময়ছোৱাত মন্ত্ৰ জপ কৰক ৷

বৃষ ৰাশি: এই মীন সংক্ৰান্তিৰ ফলত বৃষ ৰাশিৰ জাতক জাতিকাৰ উপাৰ্জন বৃদ্ধি হ’ব ৷ কোনো বিষয়ত নতুন পৰিকল্পনা কৰিব পাৰে ৷ চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত জ্যেষ্ঠসকলৰ সহযোগিতা লাভ কৰিব ৷ সন্মান বৃদ্ধি পাব ৷

প্ৰতিকাৰ: প্ৰতিদিনে গায়ত্ৰী মন্ত্ৰ জপ কৰক।

মিথুন ৰাশি: মীন সংক্ৰান্তিয়ে মিথুন ৰাশিৰ জাতক-জাতিকাৰ বাবে চাকৰি আৰু ব্যৱসায়ৰ বাবে এক অনুকূল পৰিৱেশ কঢ়িয়াই আনিব ৷ কৰ্মক্ষেত্ৰত ভাল পদোন্নতি হোৱাৰ সম্ভাৱনা আছে ৷ মাতৃৰ আশীৰ্বাদ লাভ কৰিব ৷ ব্যৱসায়ীসকলৰ বাবে অতি উত্তম সময় ৷ ব্যৱসায়ীসকলে কোনো আকাংক্ষিত সহযোগিতা পোৱাৰ সম্ভাৱনা আছে ৷

প্ৰতিকাৰ: সূৰ্যলৈ কুমকুম মিশ্ৰিত পানী অৰ্পণ কৰক ।

কৰ্কট ৰাশি : মীন ৰাশিত সূৰ্যলৈ সঞ্চাৰৰ বাবে এই ৰাশিৰ জাতক-জাতিকাসকলৰ বহুদিনীয়া সপোন পূৰণ হ’ব পাৰে ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ উচ্চ শিক্ষাৰ বাবে অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে পৰীক্ষাত ভাল ফলাফল পাব ৷

প্ৰতিকাৰ: প্ৰতিদিনে ভগৱান শিৱৰ উপাসনা কৰক।

সিংহ ৰাশি : মীন ৰাশিত সূৰ্যৰ সঞ্চাৰে কিছু চাপ কঢ়িয়াই আনিব পাৰে । স্বাস্থ্যৰ যত্ন ল’ব । লগতে, শহুৰ-শাহুৰ সৈতে কথা পাতোঁতে সাৱধান হ'ব । বাহন চলালে সাৱধানে চলাব ।

প্ৰতিকাৰ: প্ৰতিদিনে সূৰ্য মন্ত্ৰ জপ কৰক।

কন্যা ৰাশি : মীন ৰাশিত সূৰ্যৰ সঞ্চাৰৰ ফলত কন্যা ৰাশিৰ জাতক-জাতিকাসকলক চিন্তাধাৰাই বিচলিত কৰিব পাৰে ৷ ব্যৱসায়িক অংশীদাৰসকলৰ মাজত মতানৈক্য হ’ব পাৰে ৷ অৱশ্যে, এই ৰাশিৰ জাতক-জাতিকাসকলে ব্যৱসায়ৰ পৰা লাভান্বিত হোৱাৰ সম্ভাৱনা আছে ৷

প্ৰতিকাৰ: সূৰ্যক গুড়ৰ দ্বাৰা তৈয়াৰ কৰা খাদ্য অৰ্পণ কৰক আৰু দেওবাৰে অভাৱীসকলৰ মাজত খাদ্য বিতৰণ কৰক ।

তুলা ৰাশি : মীন সংক্ৰান্তিৰ পৰা এমাহলৈ তুলা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ সময় অহাৰ সম্ভাৱনা আছে ৷ যিকোনো ক্ষেত্ৰতে প্ৰতিদ্বন্দ্বীসকলক পৰাস্ত কৰি জয়ী হ’ব ৷ চাকৰি জীৱনত সফলতাৰ দিশত আগবাঢ়িব যাব ৷ কোনো চৰকাৰী কামকাজত বিশেষ পাৰদৰ্শিতা লাভ কৰিব ৷ লগতে সহায়-সহযোগিতা লাভ কৰিব ৷

প্ৰতিকাৰ: তামৰ পাত্ৰ এটাৰ পৰা সূৰ্যক পানী অৰ্পণ কৰক ।

বৃশ্চিক ৰাশি : মীন ৰাশিত সূৰ্যৰ সঞ্চাৰে বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ প্ৰেমক সম্পৰ্কলৈ উদ্বেগ কঢ়িয়াই আনিব পাৰে ৷ শিক্ষাৰ্থীসকল তেওঁলোকৰ প্ৰয়াসত সফল হোৱাৰ সম্ভাৱনা আছে ৷ সন্তান সম্পৰ্কীয় কিছু সমস্যাই এই সময়খিনিত এই ৰাশিৰ জাতক-জাতিকাক অসুবিধা দিব পাৰে ।

প্ৰতিকাৰ: আদিত্য হৃদয় স্তোত্ৰ পাঠ কৰক ৷

ধনু ৰাশি : মীন ৰাশিত সূৰ্যৰ সঞ্চাৰৰ ফলত এই ৰাশিৰ জাতক-জাতিকাসকল চিন্তামুক্ত হ’ব ৷ নিজৰ ঘৰটো নতুনকৈ সজোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ সম্পত্তি সম্পৰ্কীয় যিকোনো সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা আছে ৷

প্ৰতিকাৰ: প্ৰতিদিনে গায়ত্ৰী মন্ত্ৰ পাঠ কৰক ৷

মকৰ ৰাশি : মীন ৰাশিত সূৰ্যৰ সঞ্চাৰৰ ফলত এই ৰাশিৰ জাতক-জাতিকাসকলৰ আত্মবিশ্বাস বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ পিতৃৰ স্বাস্থ্য ভালে থাকিব ৷ কোনো বিপদত পৰিব পাৰে ৷ স্বাস্থ্যৰ প্ৰতি চকু দিব ৷

প্ৰতিকাৰ: অভাৱী লোকক ঘেঁহু দান কৰক ।

কুম্ভ ৰাশি : মীন ৰাশিত সূৰ্যৰ সঞ্চাৰৰ লগে লগে কিছু পাৰিবাৰিক সমস্যাই কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলক বিচলিত কৰিব পাৰে ৷ অৱশ্যে, এই সময়ছোৱাত স্বাস্থ্য ভালে থাকিব ৷ কৰ্মক্ষেত্ৰত হোৱা অসাৱধানতাই ক্ষতি কৰিব পাৰে, সেয়েহে সেই বিষয়ে সাৱধান হোৱা উচিত ।

প্ৰতিকাৰ: সূৰ্য মন্ত্ৰ জপ কৰক আৰু ভগৱান শিৱৰ উপাসনা কৰক ৷

মীন ৰাশি : এমাহৰ বাবে সূৰ্য মীন ৰাশিত থাকিব ৷ ইয়াৰ ফলত মীন ৰাশিৰ জাতক-জাতিকাসকলৰ অহংভাৱ বৃদ্ধি হ’ব পাৰে ৷ কথা কোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব ৷ অন্যথা ই আন লোককো ক্ষতি কৰিব পাৰে ৷ জীৱনসংগীৰ প্ৰতি ভাল ব্যৱহাৰ কৰিব ৷

প্ৰতিকাৰ: দিনটো আৰম্ভ কৰাৰ আগতে আপোনাৰ পিতৃৰ আশীৰ্বাদ লওক ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.