ETV Bharat / bharat

বুলেট ফায়াৰিঙ: দিল্লীৰ ববৰপুৰত 6 জন গ্ৰেপ্তাৰ

দাবী কৰা ধন নিদিয়াৰ পৰিপ্ৰেক্ষিতত শূণ্যলৈ গুলিচালনা কৰি ভাবুকি ৷ গুলিচালনা কৰাৰ সমগ্ৰ ভিডিঅ' বিয়পি পৰাৰ পাছতে দিল্লী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ 6 জন অভিযুক্ত ৷

author img

By

Published : Mar 12, 2021, 12:57 PM IST

6 arrested for firing bullets in Delhi's Babarpur
বুলেট ফায়াৰিঙ

নেচনেল ডেস্ক, 12 মাৰ্চ: ৰাজধানী চহৰ দিল্লীৰ ববৰপুৰ অঞ্চলত শূণ্যত বুলেট ফায়াৰিঙ কৰাৰ অভিযোগত দিল্লী আৰক্ষীয়ে 6 জনকৈ লোক আটক কৰিছে ৷ জানিব পৰা মতে অতি শেহতীয়াকৈ দুস্কৃতিকাৰী কেইজনে সংঘটিত কৰা এই ঘটনাৰ ভিডিঅ' বিয়পি পৰিছিল ৷

দিল্লী আৰক্ষীৰ মতে 6 জনৰ মাজৰ এজন অভিযুক্ত ফইজলে কোনো বন্ধুৰ জামিনৰ বাবে ই-ৰিক্সাৰ ব্যৱসায় চলোৱা দীপক নামৰ এগৰাকী লোকৰ পৰা 20,000 টকা দাবী কৰিছিল ৷ অভিযোগ অনুসৰি ফইজলৰ কথাত দীপক সন্মত নোহোৱাৰ পাছতে তেঁওক ভাবুকি দিয়া হয় ৷ পাছত প্ৰায় আধা ডজন লোকে তেঁওৰ ঘৰলৈ গৈ শূণ্যত ফায়াৰিঙ কৰে ৷

26 ফেব্ৰুৱাৰীত উক্ত ঘটনা সংঘটিত হৈছিল আৰু অভিযুক্ত লোককেইজনক 1 মাৰ্চত গ্ৰেপ্তাৰ কৰা হৈছিল ৷

লগতে পঢ়ক: ইম্ফলত গ্ৰেণেড বিস্ফোৰণ: আহত জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.