ETV Bharat / bharat

চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া আৰু ভাৰত বায়'টেকৰ যুটীয়া বিবৃতি প্ৰকাশ - চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া

ডিচিআইজিয়ে চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ COVISID আৰু ভাৰত বায়'টেকৰ COVAXINক জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন জনোৱাৰ কথা এক যুটীয়া বিবৃতি যোগে প্ৰকাশ কৰে SII আদাৰ পোনাৱালা আৰু ডাক্তৰ কৃষ্ণ ইলায়ে ৷

SII and Bharat Biotech pledge smooth rollout of COVID-19 vaccines
চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া আৰু ভাৰত বায়'টেকৰ যুটীয়া বিবৃতি প্ৰকাশ
author img

By

Published : Jan 5, 2021, 5:41 PM IST

নেশ্যনেল ডেস্ক, 5 জানুৱাৰী: চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ আদাৰ পোনাৱালা আৰু ভাৰত বায়'টেকৰ ডাক্তৰ কৃষ্ণ ইলায়ে মঙলবাৰে এক যুটীয়া বিবৃতিত কয় যে, বৰ্তমানলৈকে দুটাকৈ প্ৰতিস্থানে COVID-19 প্ৰতিষেধকৰ কাম সফল ভাৱে আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতিক প্ৰদান কৰিছে। দেশ আৰু বিশ্বৰ বাবে সম্পূৰ্ণৰূপে নিৰপেক্ষ হৈ কাম কৰাটো আমাৰ কৰ্তব্য।

লগতে কয় যে,আমাৰ প্ৰতিটো প্ৰতিস্থানে পৰিকল্পনা অনুসৰি তেওঁলোকৰ COVID-19 প্ৰতিষেধকৰ সম্প্ৰসাৰণৰ বাবে কাৰ্যকলাপ অব্যাহত ৰাখিছে ৷ অলপতে ডিচিআইজিয়েও চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ COVISID আৰু ভাৰত বায়'টেকৰ COVAXINক জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন জনাইছে।

লগতে পঢ়ক: কাইলৈ হাস্পতালৰ পৰা মুক্তি লাভ কৰিব বিচিচিআইৰ সভাপতি গাংগুলীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.