ETV Bharat / bharat

চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া আৰু ভাৰত বায়'টেকৰ যুটীয়া বিবৃতি প্ৰকাশ

author img

By

Published : Jan 5, 2021, 5:41 PM IST

ডিচিআইজিয়ে চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ COVISID আৰু ভাৰত বায়'টেকৰ COVAXINক জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন জনোৱাৰ কথা এক যুটীয়া বিবৃতি যোগে প্ৰকাশ কৰে SII আদাৰ পোনাৱালা আৰু ডাক্তৰ কৃষ্ণ ইলায়ে ৷

SII and Bharat Biotech pledge smooth rollout of COVID-19 vaccines
চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া আৰু ভাৰত বায়'টেকৰ যুটীয়া বিবৃতি প্ৰকাশ

নেশ্যনেল ডেস্ক, 5 জানুৱাৰী: চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ আদাৰ পোনাৱালা আৰু ভাৰত বায়'টেকৰ ডাক্তৰ কৃষ্ণ ইলায়ে মঙলবাৰে এক যুটীয়া বিবৃতিত কয় যে, বৰ্তমানলৈকে দুটাকৈ প্ৰতিস্থানে COVID-19 প্ৰতিষেধকৰ কাম সফল ভাৱে আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতিক প্ৰদান কৰিছে। দেশ আৰু বিশ্বৰ বাবে সম্পূৰ্ণৰূপে নিৰপেক্ষ হৈ কাম কৰাটো আমাৰ কৰ্তব্য।

লগতে কয় যে,আমাৰ প্ৰতিটো প্ৰতিস্থানে পৰিকল্পনা অনুসৰি তেওঁলোকৰ COVID-19 প্ৰতিষেধকৰ সম্প্ৰসাৰণৰ বাবে কাৰ্যকলাপ অব্যাহত ৰাখিছে ৷ অলপতে ডিচিআইজিয়েও চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ COVISID আৰু ভাৰত বায়'টেকৰ COVAXINক জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন জনাইছে।

লগতে পঢ়ক: কাইলৈ হাস্পতালৰ পৰা মুক্তি লাভ কৰিব বিচিচিআইৰ সভাপতি গাংগুলীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.