ETV Bharat / bharat

Shri Krishna Janmabhoomi Idgah case: বিতৰ্কিত স্থানলৈ আমিন প্ৰেৰণৰ নিৰ্দেশ আদালতৰ

author img

By

Published : Dec 24, 2022, 8:03 PM IST

শ্ৰীকৃষ্ণৰ জন্মস্থান গোচৰত হিন্দু সেনাৰ আৱেদনৰ ওপৰত আমিন জৰীপৰ নিৰ্দেশ মথুৰাৰ অসামৰিক ন্যায়াধীশ আদালতৰ (Shri krishna Janmabhumi Idgah case)। পৰৱৰ্তী শুনানিৰ বাবে ২০ জানুৱাৰী নিৰ্ধাৰণ কৰা হৈছে । বাৰাণসীৰ জ্ঞানৱাপী চৌহদৰ বাবে আগতে একে ধৰণৰ নিৰ্দেশ দিয়া হৈছিল ।

Court orders on disputed land
শ্ৰীকৃষ্ণ জন্মভূমি ঈদগাহ গোচৰ সন্দৰ্ভতআদালতৰ নিৰ্দেশ

নেশ্য়নেল ডেস্ক,২৪ডিচেম্বৰ: মথুৰাৰ জিলা আদালতে শুকুৰবাৰে শ্ৰীকৃষ্ণ জন্মভূমি গোচৰ সন্দৰ্ভত এক নিৰ্দেশ জাৰি কৰে (Court on Shri Krishna Janmabhumi case)। অসামৰিক ন্যায়াধীশ জ্যেষ্ঠ বিভাগৰ আদালতে চৰকাৰক বিতৰ্কিত স্থানলৈ আমিন প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে (Civil Judge Senior Division)। ইয়াৰ লগতে আদালতে এই সন্দৰ্ভত প্ৰতিবেদন অহা 20 জানুৱাৰীৰ ভিতৰত আদালতত দাখিল কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে ।

উল্লেখ্য় যে যোৱা ৪ ডিচেম্বৰত হিন্দু সেনাই শ্ৰীকৃষ্ণ জন্মভূমি ঈদগাহ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল (Shri Krishna Janmabhoomi Idgah case)। সমান্তৰালভাৱে হিন্দু সেনাই বিতৰ্কিত স্থানৰ ঘটনাস্থলী পৰিদৰ্শন কৰা আৰু চৰকাৰৰ প্ৰতিবেদন আদালতত দাখিল কৰাৰ দাবী জনাইছিল । ইয়াৰ পিছত ২৩ ডিচেম্বৰত আদালতে এই নিৰ্দেশ জাৰি কৰে ।

হিন্দু সেনাৰ (Hindu Sena) আবেদনৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অসামৰিক ন্যায়াধীশ জ্যেষ্ঠ বিভাগৰ আদালতে চৰকাৰক বিতৰ্কিত স্থানলৈ আমিন প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে (Court orders on disputed land)। আদালতে পুনৰ উল্লেখ কৰিছে যে ঠাইখনৰ ভৌগোলিক অৱস্থান পৰীক্ষা কৰিব লাগে আৰু বিতৰ্কিত স্থানৰ মাটি সন্দৰ্ভত অহা ২০ জানুৱাৰীৰ ভিতৰত আদালতত আৱেদন উপস্থাপন কৰিব লাগিব (Shri Krishna Janmbhumi case Ameen report )।

উল্লেখ্য় যে যোৱা ৮ ডিচেম্বৰত হিন্দু সেনাৰ ৰাষ্ট্ৰীয় সভাপতি বিষ্ণু গুপ্তা আৰু উপ-সভাপতি সুৰজিৎ সিঙে শ্ৰীকৃষ্ণ জন্মস্থান কমপ্লেক্সৰ পৰা শ্বাহি মছজিদ ইদগাহ (Shahi Masjid Idgah) আঁতৰোৱাৰ দাবীত অসামৰিক ন্যায়াধীশ জ্যেষ্ঠ বিভাগৰ (তৃতীয়) আদালতত গোচৰ ৰুজু কৰে । আদালতে আবেদনখন গ্ৰহণ কৰি ২০ ডিচেম্বৰত শুনানিৰ সময় নিৰ্ধাৰণ কৰিছিল ।

অৱশ্যে উক্ত গোচৰটোৰ শুনানি 20 ডিচেম্বৰত অনুষ্ঠিত নহ'ল । আদালতৰ শুনানিত জিলা ন্যায়াধীশ উপলব্ধ নোহোৱা বাবে শ্ৰীকৃষ্ণ জন্মস্থান গোচৰত শুনানি অনুষ্ঠিত কৰিব পৰা নগ'ল (Shri Krishna Janmabhumi)। ইয়াৰ পিছত ২৩ ডিচেম্বৰত গোচৰীয়াৰ আবেদনৰ ওপৰত সিদ্ধান্ত লোৱাৰ সময়ত আদালতে বিতৰ্কিত স্থানৰ জৰীপ প্ৰতিবেদন ঘটনাস্থলীলৈ চৰকাৰী আমিন প্ৰেৰণ কৰি 20 জানুৱাৰীৰ ভিতৰত আদালতত দাখিল কৰিব লাগে বুলি কয় । উল্লেখ্য় যে এতিয়ালৈকে শ্ৰীকৃষ্ণ জন্মস্থান গোচৰত ১৩ টা গোচৰ ৰুজু কৰা হৈছে (Sri Krishna Birth Place Case)। গোচৰটো আগতে আদালতৰ দ্বাৰা খাৰিজ কৰা হৈছিল ।

লগতে পঢ়ক:Helicopter Crash in Arunachal Pradesh: অৰুণাচল প্ৰদেশৰ মিজিঙত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.